• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 16, 2021 8:47 pm

1 min read

IMG-20210116-WA0054
723
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ দেশৰ লগতে বোকাখতো ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷

বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আজি প্ৰথম ক’ৰ’ণা অতিমাৰিৰ প্ৰতিষেধক প্ৰদান কৰা হয়৷

বোকাখাতত কভিড১৯ৰ প্ৰথমটো প্ৰতিষেধক চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক মিলন লস্কৰক প্ৰদান কৰা হয়৷

বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে চিকিৎসক মিলন কুমাৰ লস্কৰক গামোচা পিন্ধাই কাৰ্যসূচী আৰম্ভ কৰে৷

বোকাখাতৰ অসামৰিক চিকিৎসালয়ত প্ৰথম পৰ্যায়ত ১০০জন স্বাস্থ্য কৰ্মীক সামৰি ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী লোৱা হৈছে।

আজি ক’ভিড১৯ৰ প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰি চিকিৎসক ডাঃ মিলন লস্কৰে সকলোকে নিৰ্ভয়ে এই প্ৰতিষেধক ল’বলৈ বাবে আহ্বান জনায়।

আজি দিনটোত বোকাখাতত মুঠ ৬৭ জন স্বাস্থ্যকৰ্মীক কভিড১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয়। বাকী থকা স্বাস্থ্য কৰ্মীসকলক সোমবাৰে ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি বোকাখাতৰ ব্ল’ক প্ৰ’গ্ৰেম মেনেজাৰ দিবাকৰ হতীবৰুৱাই জনায়৷

উল্লেখ্য যে ক’ভিড১৯ৰ বিশ্ব ত্ৰাসৰ সময়ত বোকাখাত মহকুমাত ক’ভিড১৯ত আক্ৰান্ত হৈ ৩০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,০৬৯ জন লোক আক্ৰান্ত হৈছিল।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd