• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত ভাগ নলয় মল্লযোদ্ধা বিনেশ ফোগাতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2020 11:10 am

1 min read

স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত ভাগ নলয় মল্লযোদ্ধা বিনেশ ফোগাতে
217
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ একমাত্র মহিলা মল্লযোদ্ধা বিনেশ ফোগাতে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লৈছে৷

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণ কিছু পৰিমানে কমা বাবে সর্বভাৰতীয় মল্লযুঁজ সন্থাই এক ছেপ্টেম্বৰৰ পৰা মহিলাৰ বাবে লক্ষ্ণৌ আৰু পুৰুষৰ বাবে সোণপটত শিবিৰৰ আয়োজন কৰিছিল৷

নিজৰ স্বাস্থ্যক লৈ অত্যন্ত সজাগ বিনেশে কয়, ‘মই শিবিৰলৈ নাযাওঁ৷ প্রশিক্ষক ওম প্রকাশৰ অধীনত মই প্রতিদিনেই অনুশীলন চলাই গৈছোঁ, যিটো মোৰ প্রশিক্ষক ওলাৰ একোছে প্রতি সপ্তাহতে মোৰ বাবে নির্ণয় কৰে৷ এই পৰিস্থিতিত লক্ষ্ণৌলৈ যোৱাটো সঠিক নহয়’।

লক্ষ্ণৌৰ ‘ছাই কেন্দ্র’ত হ’ব লগীয়া প্রশিক্ষণৰ সময়ছোৱাত নিজৰ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে বাহিৰলৈ ওলোৱাত বাধা আছে বাবেই এছিয়ান গেমছৰ স্বর্ণজয়ী বিনেশে শিবিৰত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত লয় বুলি প্রকাশ৷

২০০৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা বিনেশৰ এই সিদ্ধান্তক ভাৰতীয় মল্লযুঁজ সন্থাই সহজভাৱে ল’ব পৰা নাই।

বিনেশৰ এই সিদ্ধান্তৰ বিষয়ে মল্লযুঞজ সন্থাৰ সহকাৰী সম্পাদক বিনোদ টোমৰে কয়, ‍‘বিনেশক মাফ কৰা হ’ব নে নাই সেই বিষয়ে নিৰ্বাচক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব’।

Recent News

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd