• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২০ গৰকিলে চিৰযৌৱনা কটনে : জন্ম জয়ন্তীত উকা দেৱদাৰু নগৰী, কি কয় কটনীয়ানে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 27, 2020 6:01 pm
index
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত কটন ৰাজ্যিক বিশ্ববিদ্যালয়ে আজি ১২০টা বসন্তত গৰকিলে।  মহাবাহুৰ পাৰত নিজৰ স্বকীয় গৰিমাৰে  আজিও জিলিকি আছে কটন ।

১১৯ বছৰে কটনে পাতি আহিছিল প্ৰতিষ্ঠা দিৱস৷ কিন্তু  ক’ৰ’না সন্ত্ৰাসৰ বাবে হোৱা ল’কডাউনৰ ফলত প্ৰতিষ্ঠা হোৱা দিনটোত প্ৰথম বাৰৰ বাবে পূৰ্বৰ দৰে জাকমকতাৰে উদযাপন নহ’ল কটনৰ প্ৰতিষ্ঠা দিৱস৷

Apply Now

“প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব নোৱাৰটো আমাৰ বাবে দূৰ্ভাগ্য৷ আজিৰ দিনটোতে হোষ্টেল সমূহ খালী কৰি চৰকাৰক গোটাই দিম৷ ছাত্ৰ-ছাত্ৰীসকলৰ আৰু কৰ্মচাৰীসকলৰ ফালৰ পৰা দুখ প্ৰকাশ কৰিছো যদিও ব্যক্তিগত ভাৱে নহয় পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰিছো৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই তেখেতৰ বক্তৃতা কটন বিশ্ববিদ্যালয়ৰ ইউ টিউৱ চেনেলৰ জৰিয়তে দিছে”  বুলি কয় কটন বিশ্ববিদ্যালয়ৰ সাধৰন সম্পাদক ৰাহুল বৰদলৈয়ে৷

আনহতে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয,  “২৭  মে কটনিয়ানসকলৰ বাবে এক উৎসৱৰ দিন। নিজৰ জন্ম দিনৰ পিছতেই  ২৭  মে’ দিনটোক কটনীয়ানসকলে নিজৰ প্ৰতিভা আৰু মেধাৰ লগত পৰিচয় কৰোৱা দিন হিচাপে উদযাপন কৰে। কিন্তু আজি ১১৯ বছৰীয়া পৰিক্ৰমাত এইবেলি পোন প্ৰথম বাৰ ক’ৰ’না মহামাৰীৰ সংহাৰৰ বাবে প্ৰতিষ্ঠা দিনটো উদযাপন কৰিব পৰা নগল।”

২০১৬ চনত ভাৰতৰ ভিতৰতে ৩ নম্বৰ কলেজ কটন কলেজক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাত সকলো কটনিয়ানৰ আক্ষেপ আছে বুলি উল্লেখ কৰি কলিতাই কয়  ” সময়ৰ আহ্বানত আমি সকলোৱে মানি লবলৈ বাধ্য। আজিৰ এই শুভ ক্ষণত কটন বিশ্ববিদ্যালয়ে কটন কলেজৰ সম মৰ্যদা লাভ কৰক বুলি আশা কৰাৰ লগতে অসম চৰকাৰক কটনৰ সমস্যা যেনে পৰ্যাপ্ত ক্লাছ ৰুম, শিক্ষকৰ অভাৱ, হোষ্টেলৰ অভাৱ, খেল পথাৰৰ অভাৱ, নতুন বিভাগ সংযোগ কৰা, বন্ধ চৌহদ, ঐতিহাসিক ঘৰসমূহৰ সংৰক্ষণ আদি বিষয় সমূহ সমাধান কৰিবলৈ দাবী জনালোঁ।”

যেতিয়াই  জাতিলৈ দুৰ্যোগ নামি আহিছে৷ সেই সময়ত প্ৰতিটো পলতে  প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিছে কটনে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd