• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 20, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত উজলিল কটন বিশ্ববিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2019 11:00 pm

1 min read

চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত উজলিল কটন বিশ্ববিদ্যালয়
447
VIEWS
Share on FacebookShare on Twitter

সদ্য সমাপ্ত পাঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৪তম ৰাষ্ট্ৰীয় আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জিলিকি উঠে কটন বিশ্ববিদ্যালয়। যোৱা ১ৰ পৰা ৫ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হয় এই মহোৎসৱ অনুষ্ঠিত হৈছিল।

প্ৰাপ্ত তথ্য মতে কটন বিশ্ববিদ্যালয়ৰ দলটোৱে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰমে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম, লোকনৃত্য প্ৰতিযোগিতাত তৃতীয়, লোকবাদ্যযন্ত্ৰ আৰু একক পাশ্চাত্য সংগীতত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।

বিশ্ববিদ্যালয়ৰ ২৭ জনীয়া দলটোৱে গণসংযোগ সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক মুক্তিকাম হাজৰিকাৰ তত্ত্বাৱধানত উক্ত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এছ’চিয়েচন অব ইণ্ডিয়ান য়ুনিভাৰ্ছিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত দেশৰ ১০০ৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল।

আনহাতে ইয়াৰ পূৰ্বেও যোৱা ৩ৰ পৰা ৭ জানুৱাৰিলৈ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ইষ্ট জ’ন আন্তঃ বিশ্ববিদ্যালয় মহোৎসৱত কটন বিশ্মবিদ্যালয়ে সাহিত্যত শ্ৰেষ্ঠ সন্মান, লোকনৃত্য প্ৰতিযোগিতাত বিহু হুচৰি পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰৰ লগতে বিভিন্ন বিভাগত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

Arunachal Pradesh: Former ministers, MLAs lining up to join Congress

‘হাত’ত ধৰিবলৈ হেতা-ওপৰা অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ

নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰে’ল প্ৰকল্প

নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰে’ল প্ৰকল্প

'Remove Rajen Gohain, Save Women': Campaign against Railways MoS starts at home constituency in Assam

ৰে’দ চিগনেলত কনিষ্ঠ ৰে’ল মন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা, আৰম্ভ ‘ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও’

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd