• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৃণনীয়! চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন, কাৰাগাৰলৈ গ’ল আশীৰোৰ্ধৰ এহাল দম্পত্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 4:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ এখন বিশেষ ন্যায়ালয়ে এটা চাঞ্চল্যকৰ ৰায়প্ৰদান কৰিছে।

এজনী চাৰি বছৰীয়া ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ শাস্তি হিচাপে আশীৰোৰ্ধৰ এহাল দম্পত্তিক ১০ বছৰৰ কাৰাবাসৰ ৰায় দিয়া হৈছে।

Apply Now

যৌন নিৰ্যাতনৰ গোচৰটো ২০১৩ চনৰ আৰু ‘দ্যা প্ৰটেকচন অৱ চিল্ড্ৰেন ফ্ৰম চেক্সুৱেল অফেন্সেছ এক্ট’ৰ অধীনত ন্যায়াধীশ ৰেখা এন পান্ধাৰেয়ে এই ৰায়প্ৰদান কৰিছে।

আৰক্ষীক দিয়া ভাস্য অনুসৰি, চাৰি বছৰীয়া ছোৱালীলজনীয়ে কৈছিল যে ২০১৩ চনৰ ৪ ছেপ্টেম্বৰৰ দিনা স্কুলৰ পৰা  ঘৰলৈ আহি খাদ্য খাই খাই টিভিত কাৰ্টুন চাই আছিল।

দুপৰীয়াৰ সময়ত, তাই আৰু তাইৰ মাক দেউতাকে বাস কৰা বিল্ডিঙৰ চতুৰ্থ মহলালৈ লগৰীয়াৰ লগত খেলিবলৈ গৈছিল।

কিন্তু লগৰীয়াজনী শুই থকাত তাই নিজৰ ঘৰলৈ উভটি আহে আৰু আশীৰোৰ্ধৰ দম্পত্তিটোৱে তাইক তেওঁলোকৰ ঘৰলে মাতে।

ককাক-আইতাকৰ সমবয়সী দম্পত্তিটোক তাই ‘দাদা-দাদি’ বুলি মাতিছিল।

তাৰপাছত যেতিয়া তাই ‘দাদা’ সম্বোধন কৰা বৃদ্ধলোক (৮৭)জনৰ ওচৰলৈ গ’ল, তেওঁ তাইক জোৰ-জবৰদস্তি কোচত উঠাই ঘৰৰ ভিতৰলৈ লৈ গ’ল।

ভিতৰলৈ নি তেওঁ তাইক এখন ঝুলনাত বহুৱালে।

কিন্তু তাই তাৰ পৰা গুছি আহিব বিচৰাত বৃদ্ধজনে তাইক থাপৰ শোধালে।

চাৰি বছৰীয়া কন্যাসন্তানজনীয়ে কয় অভিযোগ কৰে যে যেতিয়া তাই ‘দাদি’ সম্বোধন কৰি মতা দম্পত্তিটোৰ ৮১ বছৰীয়া বৃদ্ধাগৰাকীয়ে তাইক হাতেৰে ধৰি ৰাখে, বৃদ্ধজনে তাইৰ কাপোৰ খুলিব ধৰে।

তাৰপাছত দম্পত্তিটোৱে তাইক নাৰকীয়ভাৱে যৌন অত্যাচাৰ কৰিব ধৰে।

তাই যেতিয়া তাৰ পৰা পলাব খুজে, বৃদ্ধজনে তাইৰ মুখত থুৱাই দিয়ে আৰু তাই ভয় খায়।

অৱশ্যে শেষত তাই কাপোৰ পিন্ধি ঘৰলৈ পলাই আহিবলৈ সক্ষম হয়।

ছোৱালীজনীৰ মাকে দিয়া ভাস্য অনুসৰি তাই ঘৰলৈ ঘূৰি অহাৰ পাছত ৰাতি ১০ বজাত তাইক শোৱাবলৈ মাকে বিচনালৈ লৈ লৈ যায়।

তেতিয়া তাই মাকক কয় যে যদি মাকে গালি নাপাৰে তেন্তে তাই কিবা এটা ক’ব বিচাৰিছে।

তাৰপাছত নিজৰ ওপৰত বৃদ্ধ দম্পত্তিটোৱে কৰা যৌন অত্যাচাৰৰ বৰ্ণনা কৰিব ধৰিলে।

মাকে লগালগ ছোৱালীজনীৰ গোপন অংগসমূহ নিৰীক্ষণ কৰি আঘাটৰ চিন পায়।

তাৰপাছত মাকে দেউতাকক খবৰ দিয়ে আৰু এখন অভিযোগনামা দাখিল কৰে।

পাছদিনাই বৃদ্ধ দম্পত্তিটোক আটক কৰা হয়।

শিশুৰ ওপৰত বৃদ্ধৰ এই যৌন নিৰ্যাতনৰ ঘৃণনীয় ঘটনাটোৱ সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd