• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰবিৰোধী কাৰ্টুন : জনপ্ৰিয় কাৰ্টুনিষ্টক শাৰিৰীক অত্যাচাৰ! আদালতৰ তদন্তৰ নিৰ্দেশ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 7:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে বাংলাদেশৰ এখন আদালতে এজন জনপ্ৰিয় কাৰ্টুনিষ্টক অচিনাক্ত লোকে অত্যাচাৰ কৰাৰ অভিযোগ সম্পৰ্কে অনুসন্ধানৰ নিৰ্দেশ জাৰি কৰিছে।

আহমেদ কবিৰ কিশোৰ (৪৫) নামৰ কাৰ্টুনিষ্টজনক দেশখনৰ ইণ্টাৰনেট আইনৰ অধীনত ২০২০ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

দেশবিৰোধী কাম-কাজ আৰু উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত তেওঁ কিছুদিন কাৰাবন্দী হৈ আছিল।

দুসপ্তাহ পূৰ্বে তেওঁক জামিনত মুক্তি দিয়া হয়।

তেওঁ শেহতীয়াকৈ অভিযোগ কৰিছিল যে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে কিছু অচিনাক্ত লোকে কাৰা তেওঁক চূড়ান্ত অত্যাচাৰ কৰিছিল।

তদুপৰি ফেব্ৰুৱাৰী মাহত দেশখনৰ এজন লেখক মুস্তাক আহমেদ কাৰাৰুদ্ধ অৱস্থাতে কাৰাগাৰত মৃত্যু হোৱাক লৈ দেশখনৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে দুয়োজনে একে আইনৰ ভিত্তিতে কাৰাবাস খাটিব লগা হৈছিল।

কাৰ্টুনিষ্টজনে অভিযোগ কৰে যে তেওঁ আৰু আহমেদ একে কাৰাগাৰতে বন্দী হৈ আছিল আৰু অত্যাচাৰৰ ফলস্বৰূপে আহমেদ মৃত্যুমুখত পৰিল।

বুধবাৰে কাৰ্টুনিষ্টজনে ঢাকা আদালতত এখন আবেদন পত্ৰ দাখিল কৰে।

আবেদনখনত তেওঁ অভিযোগ কৰে যে তেওঁক প্ৰায় এক ডজন অচিনাক্ত লোকে ২০২০ চনৰ ২ মে’ত তিনিদিনৰ বাবে অপহৰণো কৰা নিছিল।

অপহৰণ কৰি নি লাঠি আৰু চৰ সোধাইছিল।

যাৰ ফলত তেওঁৰ সোঁ কাণৰ পৰা তেজ নিগৰিছিল।

তাৰপাছত অপহৰণকাৰীসকলে তেওঁক আৰক্ষীৰ হাতত গটাই দিয়া বুলি গুৰুত্বৰ অভিযোগ তেওঁ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে কৰোণা মহামাৰীক লৈ বাংলাদেশৰ চৰকাৰৰ প্ৰতিক্ৰিয়া তথা কৰ্মপদ্ধতি সম্পৰ্কে কাৰ্টুনিষ্টজনে কেইটামান কাৰ্টুনৰ দ্বাৰা প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

অভিযোগপত্ৰখনত তেওঁ কয় যে অপহৰণকাৰীসকলে কাৰ্টুনকেইটাৰ ওপৰত তেওঁক প্ৰশ্ন কৰা হৈছিল।

কাৰ্টুনিষ্টজনৰ অধিবক্তা জ্যোতিৰ্ময় বৰুৱাই সংবাদমাধ্যমৰ আগত দেওবাৰে কয় যে আদালতে পুলিচ ব্যুৰো অৱ ইনভেষ্টিগেচনৰ হাতত বিষয়টো অৰ্পন কৰিছে।

১৫ এপ্ৰিলৰ ভিতৰত এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিছে।

তদুপৰি আদালতে কাৰ্টুনিষ্টজনৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও ঢাকা মেডিকেল কলেজ হস্পিতাললৈ আদেশ প্ৰদান কৰিছে।

ইতিমধ্যে কাৰ্টুনিষ্ট গ্ৰেপ্তাৰ হোৱা আৰু লেখক আহমেদৰ মৃত্যু হোৱাক লৈ দেশখনত প্ৰতিবাদৰ আৰম্ভ হৈছে।

তেওঁলোকে দেশখনৰ কঠোৰ ডিজিটেল আইনসমূহ বাতিল কৰিবলৈ শ্বেখ হাছিনা চৰকাৰক দাবী কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয়ান ইউনিয়ন আৰু ৰাষ্ট্ৰসংঘইও বিষয়টো সংক্ৰান্তত সজাগ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd