• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফণী-কেশৱলৈ আদালতৰ চমন : পদচ্যুত হ’ব নেকি অগপৰ মইবৰ নেতাদ্বয় অতুল-কেশৱ?

আদালতৰ স্থগিতাদেশ স্বত্ত্বেও সাধাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰি দায়িত্বভাৰ লৈছিল তিনি নেতাই!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2020 9:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিটাকৈ গুৰুত্বপূৰ্ণ পদৰ পৰা পদচ্যুত হোৱাৰ সম্ভাৱনাই দেখা দিছে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভুষণ চৌধুৰীৰ।

কিয়নো কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ সভাখনত স্থগিতাদেশ জাৰি কৰিছিল। আদালতৰ নির্দেশটোত অহা ১৯ নৱেম্বৰ পর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছিল।

Apply Now

কিন্তু সেই নিৰ্দেশনা অগপৰ নেতৃত্বৰ হাতত আহি নোপোৱাৰ অজুহাত দেখুৱাই ২৭ আগষ্টত মাত্ৰ দুঘন্টাৰ বাবে সাদাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰি পুনৰবাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল অতুল বৰা।

 

কমিটিখন গঠন কৰি উঠাৰ পাছতহে তেওঁলোকৰ হাতত আদালতৰ নিৰ্দেশনা আহি পৰা বুলি জনাইছিল অগপৰ প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই।

আদালতৰ নিৰ্দেশনাক অবজ্ঞা কৰি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী জিলা সমিতিৰ জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰে আদালতৰ কাষ চাপিছিল।

তাৰ পাছতেই উক্ত সভাত গ্ৰহণ কৰা সকলো প্ৰস্তাৱৰ ক্ষেত্ৰতে স্থগিতাদেশ জাৰি কৰাৰ লগতে কোনোধৰণৰ কাৰ্যকৰী নহ’ব বুলি আজি সত্ৰ ন্যায়াধীশ আদালতে নিৰ্দেশ দিয়ে।

ইপিনে, অধিৱেশনৰ দিনটোত উপস্থিতিৰ চহী, প্ৰচেছিং বুক, চিচি টিভিৰ ফুটেজ আৰু সভাৰ ফটোসূহ সংৰক্ষণৰ নিৰ্দেশ দিয়ে আদালতে।

স্বাভাৱিকতে প্ৰশ্ন হয়, যিহেতু উক্ত সাধাৰণ পৰিষদৰ সকলো প্ৰস্তাৱত স্থগিতাদেশ জাৰি কৰিছে গতিকে অতুল বৰাৰ সভাপতি পদৰ লগতে কেশৱ মহন্তৰ কাৰ্যকৰী সভাপতি পদলৈ নামি আহিব নেকি অশনি সংকেত!

উল্লেখ্য যে আদালতৰ দ্বাৰস্থ হোৱা জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰ নেতৃত্বাধীন গুৱাহাটী মহানগৰ সমিতিখনে নাগৰিকত্ব সংশোধনী আইনখন মুকলিকৈ বিৰুদ্ধাচৰণ কৰা বাবে নিশাৰ ভিতৰতে সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰিছিল অগপৰ শীৰ্ষ নেতৃত্বই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd