DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানিৰ গোচৰত আদালতৰ স্থগিতাদেশ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 25, 2022 6:13 pm
Manish Sissodia Riniki Bhuyan Sharma
127
VIEWS
Share on FacebookShare on Twitter

পি পি ই কিট কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা মানহানিৰ গোচৰত স্থগিতাদেশ জাৰি কৰিছে আদালতে।

আজি গুৱাহাটী সত্ৰ ন্যায়ালত এই গোচৰৰ প্ৰথমটো শুনানি গ্রহণ কৰি আদালতে স্থগিতাদেশ জাৰি কৰাৰ লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ৩ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰে।

আম আদমি পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে ‘আপ, অসমৰ’ৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক ক্ৰমে নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই।

আজিৰ শুনানি কালত পদকীয়া আৰু গোচৰীয়া দুয়োপক্ষৰ অধিবক্তা উপস্থিত থাকে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ হৈ আদালতত উপস্থিত থাকে অধিবক্তা ক্রমে অনুপম শ্রীবাস্তব, ঋষিকেশ কুমাৰ নাৰায়ণ দত্ত ভূঞা, আলাউদ্দিন আহমেদ আৰু আৰিফ ছিকদাৰ।

মণিষ ছিছোদিয়াৰ অধিবক্তাই আদালতত আবেদন কৰে যে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুল প্ৰচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ নাম সংবাদ মেলত উল্লেখ কৰিছিল। তেওঁৰ বক্তব্যত নিজববীয়াকৈ একো উল্লেখ কৰা নাই। গতিকে ছিছেদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই তৰা গোচৰ মহামান্য আদালতে খাৰিজ কৰিব লাগে।

আদালতে দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছত আজিৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত নোলোৱা পৰ্যন্ত ৰিণিকি ভূঞা শৰ্মাই তৰা গোচৰটোত স্থগিতাদেশ জাৰি কৰে।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd