• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ভেকচিন কোভাক্সিন লোৱাৰ পাছত মৃত্যু স্বেচ্ছাসেৱকৰ; বিষক্ৰিয়াৰ সন্দেহ প্ৰশাসনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2021 7:51 am

2 min read

dead-karnataka_thinkstock_7591-750x375

প্ৰতিনিধিত্বমূলক ফটো।

182
VIEWS
Share on FacebookShare on Twitter

কোভাক্সিন প্ৰতিষেধকৰ ট্ৰায়েলত অংশগ্ৰহণ কৰাৰ প্ৰায় দহ দিন পাছচত মধ্যপ্ৰদেশৰ ভূপালৰ এগৰাকী ৪২বছৰীয়া স্বেচ্ছাসেৱকৰ মৃত্যু হৈছে।

শনিবাৰে এই খৱৰ প্ৰকাশ কৰিছে সংশ্লিষ্ট বেচৰকাৰী পিপলছ মেডিকেল কলেজ এণ্ড হাস্পাতালৰ উপাচাৰ্য ৰাজেশ কাপুৰে।

আনহাতে, চৰকাৰী বিষয়াসকলে বিষক্ৰিয়াৰ ফলত স্বেচ্ছাসেৱকগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

স্বেচ্ছাসেৱকগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰা হৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী প্ৰভুৰাম চৌধুৰীয়ে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনা ভেকচিন সম্পৰ্কীয় হোৱা বাবে অতি স্পৰ্শকাতৰ বুলি মন্তব্য কৰিছে। সেয়েহে, ভেকচিনৰ সৈতে জড়িত বুলি প্ৰতিষেধক সম্পৰ্কে যাতে কোনো ভুল ধাৰণা সৃষ্টি নহয় সেই বিষয়ে সতৰ্ক হোৱাটো জৰুৰী বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উপাচাৰ্য ৰাজেশ কুমাৰে জনায় যে যোৱা ১২ ডিচেম্বৰত পিপলছ মেডিকেল কলেজ এণ্ড হাস্পাতালত অনুষ্ঠিত কোভাক্সিনৰ ট্ৰায়েলত দীপক মাউয়ি নামৰ স্বেচ্ছাসেৱকগৰাকীয়ে অংশ গ্ৰহণ কৰিছিল।

যোৱা ২১ ডিচেম্বৰত স্বেচ্ছাসেৱকগৰাকীৰ মৃত্যুৰ পাছত ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল আৰু ভেকচিন উৎপাদনকাৰী সংস্থা বায়’টেকক এই খৱৰ দিয়া হয়।

বাতৰি অনুসৰি, ট্ৰায়েলত অংশগ্ৰহণ কৰাৰ পূৰ্বে কৰা মাউয়িৰ স্বাস্থ্য পৰীক্ষাত অস্বাভাৱিক একো পোৱা হোৱা নাছিল। ভেকচিন দিয়াৰ পাছত ৩০ মিনিট পৰ্যবেক্ষণত ৰখাৰ পাছত তেওঁক যাবলৈ দিয়া হয়।

ইয়াৰ পাছত পৰৱৰ্তী সাত আঠদিন তেওঁৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল বুলি কোৱা হৈছে।

স্বেচ্ছাসেৱকগৰাকী এগৰাকী দিন হাজিৰা কৰা লোক আছিল। পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে যে ভেকচিন লৈ ঘৰলৈ ওভতাৰ পাছত মাউয়িৰ শৰীৰত কিছু অস্বস্তি দেখা দিছিল।

পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে ১৭ ডিচেম্বৰত তেওঁ কান্ধত বিষ অনুভৱ কৰে। ইয়াৰ দুই-তিনিদিন পাছত তেওঁৰ মুখৰ পৰা ফেন ওলাবলৈ আৰম্ভ কৰে যদিও তেওঁ চিকিৎসকক দেখুৱাবলৈ ৰাজি নহ’ল।

ইয়াৰ পাছত শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ২১ ডিচেম্বৰত তেওঁক হাস্পাতললৈ নিয়াৰ পথতে স্বেচ্ছাসেৱকগৰাকীৰ মৃত্যু হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd