• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনত এটা দিনতে ১০০ টা কোভিড১৯ পজিটিভ; চীনৰ দাবী আক্ৰান্তসকল বিদেশৰ পৰা অহা লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2020 4:13 pm
CHINA
11.4k
VIEWS
Share on FacebookShare on Twitter

চীনত পুনৰ মাত্ৰ এটা দিনতে কোভিড১৯ৰ পজিটিভ কেচ ধৰা পৰিছে। মাত্ৰ এটা দিনতে দেশখনত ধৰা পৰিছে ৯৯ জন ক’ৰ’না সংক্ৰমিত লোকৰ।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ(NHC)ৰ মতে যোৱা শনিবাৰে দেশখনত ১,২৮০ জন লোক বিদেশৰ পৰা চীনত উপস্থিত হৈছিল। এই লোকসকলক কোৱাৰান্টেইন কৰি ইয়াৰে ৪৮১ জন লোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হয় যদিও ৭৯৯ জন লোকক এতিয়াও চিকিৎসালয়তে ৰখা হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এইসকল লোকৰ মাজৰে ৯৯ জন লোকৰ শৰীৰত একেদিনাই ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

উল্লেখ্য যে চীনত ক’ৰ’না সংক্ৰমণ বন্ধ হোৱাৰ বাবে ইতিমধ্যে দেশখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা হৈছিল।

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল হাৱেই প্ৰদেশৰ ৰাজধানী য়ুহান চহৰতো স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল চীন চৰকাৰে।

কিন্তু তাৰ পিছতো চেগা চৰুকাকৈ কোবিড১৯ৰ পজিটিভ লোক পোৱা গৈছে চীনত।

যোৱা শনিবাৰে NHCৰ মুখপাত্ৰ মি ফেঙৰ উদ্ধৃতি দি চীনা সংবাদ এজেন্সি জিঙহুৱাই কয় যে দেশখনত ক’ৰ’না প্ৰতিৰোধৰ বাবে ৰাজহুৱা জন সমাগম পুনৰ এৰাই চলিবলৈ জনগণক আহ্বান জনোৱা হৈছে।

ইফালে চৰকীৰ সূত্ৰৰ উদ্ধৃতি সংবাদ এজেন্সিটোৱে কয় যে আক্ৰান্তসকল হংকঙ, মাক্কাও আৰু টাইৱানৰ পৰা চীনলৈ আহিছিল।

Tags: COVID-19

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd