• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এক ভাল খবৰ; অসমত ৯ জনলৈ হ্ৰাস পালে কোভিড-১৯ এক্টিভ ৰোগীৰ সংখ্যা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 1, 2020 6:17 pm

2 min read

Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আহিছে এক ভাল খবৰ। অসমত ৯ গৰাকীলৈ হ্ৰাস পালে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা।

আজি গোলাঘাট জিলা অসামৰিক চিকিৎসালয়ৰ পৰা জেচমিনা বেগম, মৰিগাঁৱৰ ফুৰকান আলী আৰু চামছুৰ আলমক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা মুক্তি দিয়া হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, নাগালেণ্ডৰ ৰাজা জৈনক আজি GMCHৰ পৰা মুক্তি দিয়া হয়। মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

বৰ্তমালৈকে ৰাজ্যত মুঠ ৩২ গৰাকী ৰোগী কোভিড-১৯ ৰ পৰা মুক্ত হৈছে আৰু ৯ গৰাকী বৰ্তমানো চিকিৎসাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ জনোৱা অনুসৰি আজি ৰোগীকেইগৰাকীক মুক্তি দিয়াৰ পাছত কোভিড-১৯ ৰোগী মুক্ত হ’ল মৰিগাঁও আৰু গোলাঘাট জিলা। কালি নলবাৰী জিলা ক’ৰ’না ৰোগী শূণ্য হৈছিল বুলিও তেওঁ কয়।

ইপিনে, অসমত এতিয়া কোনো ৰেড জ’ন নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় “ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰা প্ৰকাশ পোৱা তালিকাত কোনোধৰণৰ ৰেড জ’নৰ জিলা ৰখা হোৱা নাই।”

অৱশ্যে এতিয়াও তিনিখন জিলা ক্ৰমে ধুবুৰী, গোৱালপাৰা আৰু মৰিগাঁও জিলাক অৰেঞ্জ জ’নত ৰখা হৈছে বুলি তেওঁ কয়।

তেওঁ আৰু কয় “অৱশ্যে তালিকা প্ৰকাশ কৰাৰ সময়লৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হাতত বঙাইগাঁৱৰ ৫ ৰোগীৰ ৰিপোৰ্ট পৰা নাছিল। গতিকে পাছত বঙাইগাঁৱক ৰেড বা গ্ৰীণ জ’ন হোৱাৰ সম্ভাৱনা আছে।”

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd