• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূৰ্বৰ নিৰ্দেশনা বাতিল: অসমৰ ৰে’ল ষ্টেছন, বিমান বন্দৰত অব্যাহত থাকিব যাত্ৰীৰ কোভিড পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 7:48 am
LGBI
576
VIEWS
Share on FacebookShare on Twitter

ভবা হৈছিল ক’ৰ’ণাই হয়তো আমাৰ লগ এৰিবলৈ লৈছে।

কিন্তু সেই আশাত চেঁচাপানী ঢালি শেহতীয়াকৈ দেশৰ বহু কেইখন ৰাজ্যত পুনৰ ক’ৰ’ণাই ভয়াৱহ ৰূপত মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে।

অসমতেো ক’ৰ’ণাত নিতৌ বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

a jano

এনে পৰিস্থিতিত অসম চৰকাৰে পুনৰ ৰাজ্যৰ ৰে’ল ষ্টেছেন আৰু বিমান বন্দৰ সমূহত কোভিডৰ পৰীক্ষা বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

দেশত কোভিড পৰিস্থিতিৰ উন্নতি হোৱালৈ চাই  ১ মাৰ্চৰ পৰা অসমৰ ৰে’ল ষ্টেছন আৰু বিমান বন্দৰসমূহত ক’ৰ’ণাৰ পৰীক্ষা বন্ধ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে পূৰ্বে জাননী জাৰি কৰিছিল যদিও সেই জাননী বাতিল কৰি ৰে’ল ষ্টেছন আৰু বিমান বন্দৰত কোভিডৰ পৰীক্ষা কৰোৱাব লাগিব বুলি নতুনকৈ জাননী জাৰি কৰিছে।

ৰাজ্য চৰকাৰে চলিতবৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত জাৰি কৰা পূৰ্বৰ জাননী খন বাতিল কৰি নতুনকৈ জাৰি কৰা জাননীত এইবুলি কৈছে—‘কোভিডৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে যদিও বৃহৎ সংখ্যক লোকক ভেকচিন প্ৰদান কৰোতে কিছু সময়ৰ প্ৰয়োজন হ’ব।সেয়ে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ধৰণৰ সাৱধানতা মানি চলাটো প্ৰয়োজনীয় হৈ পৰিছে’।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd