DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজিৰে পৰা আৰম্ভ হ’ল ক’ভিড টিকাকৰণৰ নাম পঞ্জীয়ন, কি কি কৰিব লাগিব আপুনি?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 6:19 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

526
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি ১ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ কোভিড টিকাকৰণ আৰম্ভ হ’ব।

১৮ বছৰ পৰা ৪৪ বছৰৰ বয়সীয়াল সকলো লোকেই ল’ব পাৰিব এই টিকা।

আজি বুধবাৰৰ আবেলি ৪ বজাৰ পৰা আৰম্ভ হৈছ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া।

কেন্দ্ৰীয় চৰকাৰে ১৯ এপ্ৰিলত জাৰি কৰা নিৰ্দেশাৱলীমতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

‘আৰোগ্য সেতু এপ’ৰ তৰফৰ পৰা এই সংক্ৰান্তত এটা টুইট কৰা হৈছ।

টুইটটোত কোৱা হৈছ যে, ১৮ বছৰৰ ঊৰ্ধৰ লোকসকল টিকা ল’ব বিচাৰিলে আবেলি ৪ বজাৰ পৰা cowin.gov.inত গৈ নামপঞ্জীয়ন কৰক।

বিনামূলীয়া এই নাম পঞ্জীয়ন একেটা মোবাইল নাম্বাৰৰ পৰা চাৰিজন লোকে কৰিব পাৰিব।

Vaccination appointments for 18 plus will be possible once the State Governments and Private Vaccination Centers schedule Vaccination sessions. Registration is happening on https://t.co/S3pUooMbXX.

— Aarogya Setu (@SetuAarogya) April 28, 2021

আৰোগ্য সুেত এপ অথবা উমংগ এপযোগেও নামভৰ্তি কৰা যাব।

ৰাজ্য চৰকাৰ অথবা বেচৰকাৰী ক’ভিড কেন্দ্ৰৰ পৰা সেই অনুসাৰে আবেদনকাৰীসকলক টিকা ল’বলৈ মতা হ’ব।

চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে তৃতীয় দফাৰ টিকাকৰণৰ বাবে ভেকচনি প্ৰস্তুতকাৰীসকলে ৫০ শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰক দিব লাগিব।

বাকী ৫০ শতাংশ প্ৰস্তুতকাৰীসকল ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়সমূহলৈ সৰবৰাহ কৰিব পাৰিব।

এই তৃতীয় দফাৰ টিকাকৰণ ‘নেচনলে ভেকচিনেচন প্ৰোগ্ৰেম’ৰ আওতাত কাৰ্যকৰী কৰা হ’ব।

টিকাকৰণৰে কেন্দ্ৰসমূহত ভেকচিনসমূহৰ ষ্টক আৰু দাম লিখি ৰখা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড নিয়মাৱলী অনুসৰিয়েই কৰা হ’ব টিকাকৰণ।

অৱশ্যে স্বাস্থ্যকৰ্মী, ফ্ৰণ্ট লাইন কৰ্মী আৰু ৪৫ বৰ্ষৰ ঊৰ্ধৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰী টিকাকেন্দ্ৰত বিনামূল্যে টিকাপ্ৰদান কৰা হ’ব।

Recent News

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd