• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই এম আৰু অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত সম্পন্ন হ’ল ক’ভিডত মৃত্যু হোৱা ঝন্টু চক্ৰৱৰ্তীৰ শেষকৃত্য

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
September 6, 2020 8:43 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ অন্তিম সৎকাৰ মাইবাঙ স্মশানত ক’ভিড প্ৰট’কল মানি সম্পন্ন হয়।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ, ডিমা হাছাও জিলা প্রশাসন আৰু হাফলং ৱেলফেয়াৰ এছ’ছিয়েশ্যনৰ সহযোগত মাইবাঙ স্মশানত ক’ভিড ৰোগত মৃত্যু হোৱা ঝন্টু চক্রৱর্তীৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।

Apply Now

সৎকাৰৰ সময়ত উপস্থিত আছিল পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ই এম তথা মাইবাঙ (ইষ্ট)ৰ পৰিষদ সদস্য নন্দিতা গার্লছা, কালাচান্দৰ পৰিষদ সদস্য ৰতন জাৰাম্বুছা, পৰিষদ সদস্য লিটন চক্ৰৱৰ্তী, ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত দীপক জিদুং, সহকাৰী আয়ুক্ত হেমাঙ্গ নভীছ, হাফলং ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ উপ সভাপতি আশীষ দত্ত, সাধাৰণ সম্পাদক পঙ্কজকুমাৰ দেৱ, কোষাধ্যক্ষ পৃথ্বীশ ভট্টাচাৰ্য।

ইয়াৰ উপৰি মাইবাঙ স্মশান কমিটিৰ কৰ্মকৰ্তা সকলে গোটেই কাৰ্যত সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে শনিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত ঝন্টু চক্রৱর্তীৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছত ডিমা হাছাও প্ৰশাসনৰ ফালৰ পৰা ৰেটজলৰ সমীপৱৰ্তী ডেজিগনেটেড এলেকাত অন্তিম সৎকাৰৰ সকলো ব্যৱস্থা কৰা হৈছিল যদিও পাছত নিকটৱৰ্তী গাঁৱৰ ৰাইজে আপত্তি কৰিছিল।

ইয়াৰ পাছত প্ৰশাসনৰ ফালৰ পৰা পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ই এম নন্দিতা গার্লছাৰ সৈতে বৈঠকৰ পাছত মাইবাঙত ঝন্টু চক্রৱর্তীৰ অন্তিম সৎকাৰ কৰা হ’ব বুলি চুড়ান্ত হয় আৰু তেওঁ নিজে উপস্থিত থাকি গোটেই ব্যৱস্থা পৰ্যালোচনা কৰে।

ই এম নন্দিতা গার্লছাই মাইবাঙত এক সাক্ষাৎকাৰত কয় যে আজি মাইবাঙৰ ৰাইজে ঝন্টু চক্ৰৱৰ্তীৰ অন্তিম সৎকাৰৰ কাৰণে যি সহায় তথা সহযোগ আগ বঢ়ালে সেয়া স্বাভাৱিক দৃষ্টিত উল্লেখণীয়। কাৰণ প্ৰশাসনৰ ফালৰ পৰা বেলেগ ঠাইত অন্তিম সৎকাৰৰ কাৰণে আগভাগ ল’লেও কাম হোৱা নাই। বাধাৰ সৃষ্টি কৰে।

কিন্তু মাইবাঙৰ ৰাইজে ঠিক বিপৰীত স্থিতি গ্ৰহণ কৰি অন্তিম সৎকাৰ কৰাৰ কাৰণে আগুৱাই আহে।

একে ভাবে ডিমা হাছাও জিলাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত দীপক জিদুঙে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ উপৰি সামাজিক সংগঠন হাফলং ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd