DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’লাবেজ পৰিধান কৰি কোভিড যোদ্ধাৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 15, 2020 4:23 pm
index.jpgaa
20.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কোভিড যোদ্ধাই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে।

ক’ৰ’না মহামাৰীয়ে ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ GNM ষ্টাফ নাৰ্ছৰ প্ৰতিবাদ।

সদৌ অসম নাৰ্ছ সন্থাৰ ষ্টাফ নাৰ্ছসকলে ৰাজ্য জুৰি ক’লা বেজ পৰিধান কৰি নিজৰ কৰ্তব্য পালন কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অহা ১৭ জুলাই পৰ্যন্ত তেওঁলোকে এইদৰে প্ৰতিবাদ চলাই নিব।

ষ্টাফ নাৰ্ছসকলৰ মাজত বিভিন্ন পদৰ সৃষ্টি কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে ষ্টাফ নাৰ্ছসকলক ধ্বংস কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ তেওঁলোকৰ।

পূৰ্বৰে পৰা ৰাজ্যৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু বিষয়াসকলে ক্ষতি কৰি অহা বুলি গুৰুতৰ অভিযোগ নাৰ্ছ সন্থাৰ।

তেওঁলোকৰ দাবী মানি নল’লে ভৱিষ্যতে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে নাৰ্ছ সন্থাই।

Tags: COVID-19

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd