DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কিমান শতাংশ কোভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে? ৰাজ্য সমূহলৈ কেন্দ্ৰই দিলে কি সতৰ্কবাণী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 10, 2022 5:53 pm
361
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ১১৫ খন দেশত এতিয়া কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ব্যতিক্ৰম ঘটা নাই ভাৰততো। ভাৰতত ইতিমধ্যে কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰলৈ এখন পত্ৰ লিখি কোভিড পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়।

পত্ৰ খনত তেওঁ দেশৰ সকলো ৰাজ্যকে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ কয়।

ভূষণে কয় যে শেহতীয়াকৈ দেশত অনিক্ৰনৰ সংক্ৰমণ উদ্বেগজনক ভাবে বাঢ়ি গৈছে। সেয়ে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিৎ বুলি তেওঁ মন্তব্য কৰে।

কোভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ ৫-১০ শতাংশ হৈ আছে বুলি ভূষণে মন্তব্য কৰিছে। এয়া তুলনামূলক ভাবে কম যদিও ৰাজ্যসমূহে ভৱিষ্যতৰ যিকোনো পৰিস্থিতিৰ বাবে সাজু থকা উচিৎ বুলি তেওঁ পত্ৰ খনত উল্লেখ কৰে।

কোভিড ৰোগীৰ বাবে থকা সকলো চিকিৎসালয়ত অক্সিজেন, বিচনা, আইচিইউ বিচনা আদি যাতে পৰ্যাপ্ত ৰূপত থাকে সেই বিষয়ত তীক্ষ্ণ নজৰ ৰাখিবলৈ তেওঁ আহ্বান জনায়।

স্বাস্থ্য সচিবে ৰাজ্যসমূহক স্বাস্থ্যসেৱা কৰ্মীৰ কোনো অভাৱ নোহোৱাটো নিশ্চিত কৰিবলৈ আৰু দৈনিক ভিত্তিত পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য দেশত আজি অমিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,০০৩ গৰাকী হৈছে। এই ৰোগীসকলৰ ১,২১৬ গৰাকীয়েই হৈছে মহাৰাষ্ট্ৰৰ।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd