• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ দিনটোত বৰ্তমানলৈ ক’ৰ’না মুক্ত ২৪৫ গৰাকী; ৰাজ্যত আৰোগ্য লাভৰ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 10:25 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে পুনৰ ৰাজ্যবাসীক সুখবৰ দিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে অসমৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ২০৬ গৰাকী ক’ৰ’না আক্ৰান্ত লোকক সুস্থ হৈ উঠাৰ বাবে মুক্তি দিয়াৰ পাছত পুনৰ ৩৯ গৰাকী ৰোগীক ক’ৰ’না মুক্ত ঘোষণা কৰা হয়।

Apply Now

আজিৰ দিনটোত এতিয়ালৈ মুঠ ২৪৫ গৰাকী লোক ৰাজ্যত ক’ৰ’না মুক্ত হৈছে।

ইয়াকে লৈ অসমত বৰ্তমানলৈ মুঠ ২২০৫ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১৯৪২ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

অসমত বৰ্তমান সক্ৰিয় ক’ৰ’না আক্ৰান্তৰ সংখ্যাক ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা সংখ্যাই অতিক্ৰম কৰিছে।

উল্লেখযোগ্য যে, অসমত মুঠ ৪১৫৮ গৰাকী লোক এই পৰ্যন্ত ক’ৰ’না আক্ৰান্ত হৈছে ইয়াৰ বিপৰীতে ৮ গৰাকী ব্যক্তিয়ে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

বৰ্তমানলৈ ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ হৈছে ৫৩ শতাংশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

October 31, 2026 5:02 pm
আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

October 31, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

“মই বিচাৰো মোৰ এই অভিলেখ ভংগ হওক”: ঐতিহাসিক স্বৰ্ণজয়ৰ পাছতে মল্লযুঁজাৰু মনীষা ভানৱালাৰ বিশেষ বাৰ্তা

October 31, 2026 5:02 pm
আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

October 31, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd