• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবলৈ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী যোগানৰ ক্ষেত্ৰত সহায় অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2020 7:57 am

1 min read

IAF-1140x570

ভাৰতীয় বায়ু সেনা বাহিনীৰ হেলিকপ্তাৰ

12.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে উত্তৰ-পূবৰ চৰকাৰ সমূহে চলাই থকা যুঁজৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীকে ধৰি অন্যান্য ক্ষেত্ৰত সহায় অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে।

বিগত সময়ছোৱাত ভাৰতীয় বায়ু সেনা বাহিনীয়ে নিজৰ হেলিকপ্তাৰেৰে মণিপুৰ, নাগালেণ্ড আৰু গেংটকলৈ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী সমূহ যোগান অব্যাহত ৰাখিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সদৰী কৰিছে।

ইয়াৰ উপৰিও বায়ু সেনা বাহিনীয়ে জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখলৈও সহায় অব্যাহত ৰাখিছে।

৬ এপ্ৰিলত বায়ু সেনা বাহিনীৰ এএন-৩২ হেলিকপ্তাৰে চেন্নাইস্থিত আই চি এম আৰৰ পৰা ওড়িশালৈ টেষ্টিং লেব নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ৩,৫০০ কেজি সামগ্ৰী অনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

অতি সীমিত সময়ৰ ভিতৰতে ভাৰতীয় বায়ু সেনাবাহিনীয়ে ক’ভিদ-১৯-ৰ বিৰুদ্ধে চলি থকা যুঁজৰ ক্ষেত্ৰত সহায়ৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ যোগান ধৰি আহিছে।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে সোমবাৰে টুইটাৰত লিখে, ”হাৰ কাম দেশ কে নাম-হেলিকপ্তাৰ আৰু অন্যান্য পৰিবহন ব্যৱস্থাৰ সৈতে কোভিদ-১৯-ৰ বিৰুদ্ধে যুঁজত। এম আই১৭ভি৫ৰে বাঘদোগৰাৰ পৰা গেংটকলৈ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী কঢ়িওৱাৰ সময়ত।”

Tags: COVID-19

Recent News

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd