• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কভিড: বহিৰাজ্যৰ পৰা ওভতা যুৱক-যুৱতীৰ বাবে বোকাখাতত বিশেষ প্ৰশিক্ষণ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 7, 2020 5:57 pm

1 min read

COVID19: Special training to be held in Bokakhat for youths who have returned from other states
234
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত বহিৰাজ্যৰ পৰা ওভটি অহা যুৱক যুৱতীৰ বাবে বিনামুলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে৷

তিনি মহীয়া এই প্ৰশিক্ষণত বহি ৰাজ্যৰ পৰা ওভটি আহি কৰ্মহীন হৈ পৰা এই যুৱক যুৱতী সকলক কাঠৰ কাম , মোবাইল ৰিপিয়াৰিং , পানীৰ পাইপ মেৰামতি আদি কামৰ প্ৰশিক্ষণ প্ৰদান কৰিব৷

বিনামুলীয়া এই প্ৰশিক্ষনৰ শেষত প্ৰশিক্ষন লোৱা যুৱক যুৱতী সকলক প্ৰমান পত্ৰৰ লগতে কৰ্ম সংস্থাপনতো সহায় সহযোগিতা আগবঢ়োৱা হ’ব৷

বৃহস্পতি বাৰৰ দিনা বোকাখাতৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷

প্ৰশিক্ষনত অংশ ল’ব বিচৰা বহিৰাজ্যৰ পৰা ওভটি অহা যুৱক যুৱতী সকলক মোবাইল নম্বৰ ৯৬১৩২২৪৪৯৯ আৰু ৭০০২৬২৯৬৩৩ ত ১৪ আগষ্টৰ ভিতৰত যোগাযোগ কৰিবৰ বাবে পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে৷

নুমলীগড় শোধনাগাৰ আৰু বোকাখাতৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd