DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ চোৰাং গৰু সৰবৰাহত ব্যৱহাৰ ডাক কঢ়িয়াই নিয়া বাহন

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 22, 2021 2:24 pm
179
VIEWS
Share on FacebookShare on Twitter

গো-সুৰক্ষা আইনক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।

ডাক কঢ়িয়াই নিয়া বাহনত উদ্ধাৰ হৈছে চোৰাং গৰু। 

আৰক্ষীৰ চকুত ধূলিদি ডাক কঢ়িয়াই নিয়া বাহনত দুষ্টচক্ৰই সৰবৰাহ কৰে চোৰাং গৰু।

কলিয়াবৰত অবৈধ ভাবে গৰু সৰবৰাহ কৰা  এনে গাড়ী এখন  দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে চোৰাং গৰু ব্যৱসায়ীৰ চতুৰালিৰ খতা পোহৰলৈ আহিছে।

কলিয়াবৰৰ বৰুৱাচুকত পুৱাই সংঘটিত হয় এই দুৰ্ঘটনা।  AS 01 CC 0074  নম্বৰৰ ডাক কঢ়িয়াই নিয়া কণ্টেনাৰ গাড়ীত অবৈধ ভাবে সৰবৰাহ কৰিছিল প্ৰায় অৰ্ধ শতাধিক গৰু।

উজনিৰ পৰা নগাওঁ দিশলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় গাড়ীখন।

বহু গোধনৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে কলিয়াবৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন উঠোৱাৰ ব্যৱস্থা কৰিছে।

গাড়ীখনৰ চালক, হেণ্ডিমেনে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে।

দুর্ঘটনা সংঘটিত হোৱাতহে পোহৰলৈ আহিছে ৰাজ্যত বৰ্তমানেও  অভিনৱ পন্থাৰে অব্যাহত থকা গৰুৰ চোৰাং বেহাৰ কথা।

কিন্তু এতিয়া প্ৰশ্ন হয় চৰকাৰৰ গো-সুৰক্ষা আইন খন কিমান ফলপ্ৰসূ হৈছে? চৰকাৰে নাকী লগাব পাৰিবনে এই দুষ্ট চক্ৰটোক?

নে আইনৰ চকুত ধূলি দি চলি যাব গৰুৰ চোৰাং এই ৰমৰমীয়া বেহা?

চৰকাৰ তথা প্ৰশাসনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষ্যণীয়।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd