• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত চিপিআই আৰু নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 14, 2020 4:44 pm
a vvmk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো চিপিআই আৰু নিখিল ভাৰত কৃষক সভাই কেইবাটাও জনস্বাৰ্থ জড়িত  দাবীত প্ৰতিবাদী দিৱস পালন কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অত্যাৱশ্যকীয়  সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষি বিৰোধী আইন বাতিল, ইআইএ ২০২০ বাতিল, বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি বাতিল, জাগীৰোড আৰু কাছাৰ কাগজকল পুনৰুজ্জীৱিতকৰণ, চৰকাৰী আঁচনি দলীয়কৰণ বন্ধ কৰা, কৃষকক ভূমি পট্টা দিয়া আদিকে ধৰি ১২ দফীয়া দাবী চনদ পত্ৰৰ স্মৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Apply Now

 অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ক’লৈ গ’ল দুৰ্নীতি মুক্ত অসমৰ শ্ল’গান ?

এছ আই নিযুক্তি কেলেংকাৰী সংঘটিত কৰা , পঞ্চায়ত ও গ্ৰামোন্নয়নত হোৱা কেলেংকাৰী , ঠিকা আবণ্টনত হোৱা কেলেংকাৰী , ক’ৰোণাত সংঘটিত হোৱা কেলেংকাৰীয়ে তেওঁলোকৰ এই শ্ল’গান ফুটুকাৰ ফেনত পৰিণত কৰিলে  ৷

এজনো উচ্চ পৰ্যায়ৰ আমোলা- বিষয়া, নেতা- মন্ত্ৰীক ধৰিব নোৱাৰিলে, বিপৰীতে কেৱল তলৰ পৰ্যায়ৰ নেতা বিষয়া -কৰ্মচাৰীক আটক কৰিয়েই এই দুৰ্নীতি ৰোধ কৰিব বিচাৰিছে ৷

শীঘ্ৰেই ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক জে’লত ভৰাবলৈ তেখেতে দাবী জনায়৷ তেখেতে চৰকাৰে ইতিমধ্যে প্ৰণয়ন কৰা কৃষি আইন আৰু ই আই এ ২০২০ ৰ জৰিয়তে সমস্ত শ্ৰমজীৱী, কৃষিজীৱী সৰ্বসাধাৰণ ৰাইজৰ ভৱিষ্যত অতি ভয়াবহ কৰি তুলিব বুলি কয় ৷

চি পি আই যুৱ নেতা অনুপ গগৈয়ে  অনুষ্ঠানত উপস্থিত থাকি বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূহক সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে জনগণক সজাগ হ’বলৈ আহ্বান জনায় ৷ চৰকাৰৰ পৰোচনাত একাংশ উগ্ৰ সাম্প্ৰদায়িক নেতা মন্ত্ৰীয়ে সমাজখন হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি পেলাইছে বুলি কয়।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক সভা জিলা সম্পাদক মদন বৰুৱাই কয় যে চৰকাৰে খিলঞ্জীয়া কৃষকৰ দখলীকৃত মাটিত পট্টা দিয়াৰ বিপৰীতে  বনিয়াকহে ভূমি হস্তান্তৰ কৰিছে বুলি চোকা সমালোচনা কৰে ৷

মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈয়ে মহিলা , দলিত সংখ্যালঘু ওপৰত চলাই থকা এইখন বিজেপি চৰকাৰে জনজীৱন বিপজ্জনক কৰি তুলিছে বুলি কয়।

নিখিল ভাৰত কৃষক সভাৰ জিলা সভাপতি যোগেশ বুঢ়াগোহাঁয়ে  এইখন চৰকাৰে আন্তৰাষ্ট্ৰীয় সীমান্তৰ এশ কিলোমিটাৰ ভিতৰৰ জনগণৰ বাবে ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিছে বুলি কয় ৷ গতিকে সকলো জনতাকে আগন্তুক নিৰ্বাচনত এই চৰকাৰৰ বিৰুদ্ধে সমূচিত প্ৰত্যুত্তৰ দিবৰ বাবে সাজু হ’বলৈ আহ্বান জনায় ৷

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd