• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বাবে কৰ্মই ধৰ্ম নহয়, ধৰ্মই কৰ্ম হৈ পৰিছে : চিপিআই-এম এল

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 26, 2020 2:49 pm
index76

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে চিপিআই-এম এলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল অনুষ্ঠিত কৰি চিপিআই (এম এল) য়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

অনুষ্ঠানত চিপিআই(এম-এল) অসম ৰাজ্যিক সমিতিৰৰ সম্পাদক ৰুবুল শৰ্মাৰ লগতে সদস্য বিবেক দাস উপস্থিত থাকে ৷

Apply Now

অসম ৰাজ্যিক সমিতিৰ সদস্য বিবেক দাসে কয় যে বিজেপিৰ ধংসকাৰী নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মুলত তিনিটা বিষয়ত চিপিআই (এম-এলৰ)য়ে প্ৰচাৰ অভিযান চলাব ৷

কা বিৰোধী সকলো শক্তি এক হোৱা, অখিল গগৈসহ কা বিৰোধী সকলো প্ৰতিবাদকাৰীক মুকলি কৰা, জাগীৰোডৰ পৰা মাইক্ৰ’ফাইনেন্সৰ যি আগ্ৰাসন তাৰ বিৰুদ্ধে সজাগ কৰা উদ্দেশ্যে চলিব এই প্ৰচাৰ অভিযান ৷

তেওঁ লগতে কয়, ‘’কা আনি বিজেপি চৰকাৰে অসমক এক কাৰাগাৰত পৰিণত কৰিছে ৷ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত আক্ৰমণ নমাইছে ৷ আগতে দেশ ঋণগ্ৰস্ত আছিল আৰু এতিয়া নাগৰিকক প্ৰত্যেক্ষ ভাবে ঋনগ্ৰস্ত কৰিছে ৷ মাইক্ৰ’ফাইনেন্সত শ শ মহিলা ঋণগ্ৰস্ত হৈ পৰিছে ৷’’

অখিল গগৈৰ লগতে কা বিৰোধী আন্দোলনত প্ৰতিবাদ কৰা সকলক অন্যায়ভাবে বন্দী কৰি ৰখা হৈছে ৷ চিপিআই(এম-এল) অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা শাসকীয় দল বিজেপিৰ যি ঘৃণনীয়,স্বৈৰতান্ত্ৰিতা তাক দলে গৰিহনা দিয়ে ৷

উক্ত কাৰ্য্যৰ বাবে কা বিৰোধী সকলো শক্তিক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় চিপিআই(এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে৷

সমিতিয়ে জানিবলৈ দিয়া মতে  দলটোৱে ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ তেওঁলোকৰ প্ৰচাৰ অভিযান চলাব।

ইপিনে, বিজেপিৰ নীতি সন্দৰ্ভত সমালোচনা কৰি দলটোৰ নেতাগৰাকীয়ে কয় যে প্ৰাচীন কালৰ বাণীসমূহ বিজেপিয়ে মোহাৰিছে ৷ গীতাত আছিল কৰ্মই ধৰ্ম আৰু তাক বিজেপিছে কৰিছে ধৰ্মই কৰ্ম ৷

দিল্লীৰ ঘটনাক কেন্দ্ৰ কৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত হিংসাই হৈছে পৰম ধৰ্ম ৷ সংবিধানৰ গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা সলনি কৰি দিব বিচাৰিছে বিজেপিয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd