• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আম্পায়াৰৰ ভুল সিদ্ধান্তই কাল হ’ল ক্ৰিকেটাৰৰ! ড্ৰেছিংৰুমত হাৰ্ট এটেকত সাৱটিলে মৃত্যুক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 7:54 pm
cricket-ball-bat নতুন

প্ৰতিনিধিত্বমূলক ফটো

15.5k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট খেল চলি থকা সময়তে হাৰ্ট এটেক হৈ মৃত্যু ঘটাৰ ঘটনাই হায়দৰাবাদত এতিয়াও শোকৰ ছাঁ পেলাইছে।

আউট হোৱাৰ পাছত পেভলিয়নলৈ উভতাৰ পথত মৃত্যুক আকোৱালি ল’লে হায়দৰাবাদৰ ক্ৰিকেটাৰ বীৰেন্দ্ৰ নায়কে।

জানিব পৰা মতে, আম্পায়াৰৰ সিদ্ধান্তত হতাশ হৈ ৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ হাৰ্ট এটেক হোৱাৰ কথা প্ৰকাশ পাইছে। দেওবাৰে দুপৰীয়া সংঘটিত এই ঘটনাই ক্ৰীড়া মহলত শোকৰ ছাঁ বিয়পাইছে।

হায়দৰাবাদৰ এ থ্ৰী ডিভিজনৰ লীগ মেচ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। হায়দৰাবাদৰ মাৰদপল্লী স্পৰ্টিং ক্লাৱৰ ক্ৰিকেটাৰ বীৰেন্দ্ৰ নায়কে প্ৰতিদ্বন্দ্বী ক্লাৱ মাৰদপল্লী ব্লুজৰ বিৰুদ্ধে ৬৬ৰাণৰ এক অনবদ্য ইনিংছ খেলে।

ইয়াৰ পাছতে আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বলি হয় নায়ক। আউট হৈ পেভলিয়নলৈ উভতি ড্ৰেছিংৰুমত বহি তেওঁ খেল চাই আছিল ।

সতীৰ্থ খেলুৱৈয়ে জানিবলৈ দিয়ে যে হতাশাত তেওঁ দেৱালত মূৰটো মাৰি দিয়ে। তাৰ পাছতে অসুস্থ হৈ তেওঁ মাটিত ঢলি পৰে।

ততাতয়াকৈ তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও জীৱন ৰক্ষা নহ’ল নায়কৰ।

পৰিয়ালৰ লোকে জানিব দিয়ে যে ক্ৰিকেটাৰ বীৰেন্দ্ৰ হৃদৰোগী আছিল। তেওঁ নিয়মিত ইয়াৰ বাবে ঔষধো সেৱন কৰিব লাগে।

আম্পায়াৰৰ সিদ্ধান্ত কোনো কাৰণতে মানি ল’ব পৰা নাছিল বীৰেন্দ্ৰই। ক্ৰিকেটাৰ গৰাকীৰ এনে আকস্মিক মৃত্যুত ক্লাৱটোৰ সতীৰ্থ খেলুৱৈ আৰু পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd