• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ জীৱ-জন্তুক লৈ চিন্তিত ৰোহিত শৰ্মা; অসমবাসীলৈ টুইটাৰযোগে কৰিলে এই আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 4:04 pm
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

ৰোহিত শৰ্মা। ফটো উৎস-ইণ্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়াবহ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ অঞ্চল জলমগ্ন হোৱাৰ পাছত উদ্যানখনত থকা বনৰীয়া জীৱ-জন্তুবোৰে নিৰাপদ আশ্ৰয় বিছাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ উঠি আহিবলগা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুবোৰে বানপানীৰ বাবে আশ্ৰয়হীন হৈ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত বহুতে দূৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰিবলগীয়া হৈছে অথবা আঘাতপ্ৰাপ্ত হৈছে।

Apply Now

কাজিৰঙাত বানপানীৰ ফলত উদ্যানখনৰ জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কিছুমান ফটো ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পাছতে জীৱ-জন্তুসমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা।

Devasted to see this. People of Assam near Kaziranga please drive safely and slowly as these beautiful animals have no where to go but on the roads 💔 praying hard for the rain to let up for them pic.twitter.com/1JkZwkiom8

— Rohit Sharma (@ImRo45) July 18, 2019

ৰোহিতে নিজৰ টুইটাৰ যোগে কাজিৰঙাৰৰ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰহোৱাৰ দৃশ্য শ্বেয়াৰ কৰি সকলোকে বনৰীয়া জীৱ-জন্তু সমূহক পথটো পাৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ কৰি ধীৰ গতিৰে আৰু সাৱধানে যান-বাহন চলোৱাৰ বাবে আহ্বান জনাইছে।

ৰোহিতে নিজৰ টুইটাৰত এনেদৰে লিখিছে ‘‘এনে দৃশ্য দেখি দুখ পাইছো। অসমৰ জনগন কাজিৰঙাৰ পাৰ হওতে ধীৰে ধীৰে আৰু সাৱধানে যান-বাহন চলাব, এই ধুনীয়া জন্তুবোৰৰ যাবৰ বাবে ৰাস্তাৰ বাহিৰে বেলেগ পথ নাই’’।

উল্লেখযোগ্য যে, ৰোহিত শৰ্মা আৰু তেওঁৰ পত্নী ৰিতিকাই গড়ৰ সুৰক্ষাৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।

কাজিৰঙাৰ বন সুৰক্ষা কৰ্মীসকলে বানপানীৰ পাছৰে পৰা কাজিৰঙাৰ মাজেৰে যান-বাহন পাৰ হোৱাৰ ক্ষেত্ৰত বিশেষ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd