DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰত-চীনা সৈন্যৰ সংঘৰ্ষত ছহিদ হোৱা ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি ক্ৰিকেটাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 2:13 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰো মৃত্যু হোৱা খবৰে শোকস্তব্ধ কৰি তুলিছে দেশবাসীক।

সীমা কেন্দ্ৰিক সংঘৰ্ষত প্ৰাণ হেৰুওৱা এই সকল বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ লগতে আন বহুতো ক্ৰিকেটাৰে।

টুইটযোগে কোহলীয়ে কয়, ‍‘আমাৰ দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিক সকলক চালাম আৰু সন্মান জনাইছো। পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো’।

Salute and deepest respect to the soldiers who sacrificed their lives to protect our country in the Galwan Valley. NO one is more selfless and brave than a soldier. Sincere condolences to the families. I hope they find peace through our prayers at this difficult time. ?

— Virat Kohli (@imVkohli) June 17, 2020

যুৱৰাজে কয়, ‍‘মই আতীয় সৈনিকৰ সাহসক চালাম জনাইছো যিয়ে গলৱান উপত্যকাত ছহিদ হ’ল। ছহিদ পৰিয়ালক শক্তি প্ৰদানৰ বাবে মই প্ৰাৰ্থনা জনাইছো’।

I salute the courage of our Indian soldiers who have been martyred at #GalwanValley

All these atrocities must stop and hope we can have a peaceful world where human life is valued.

My thoughts are with the bereaved families, I pray for their strength ??

— Yuvraj Singh (@YUVSTRONG12) June 16, 2020

 

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাঈফেও মাতৃ-ভূমিৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদ সেনাসকলক শ্ৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে।

তদুপৰি ভাৰতীয় দলৰ বৰ্তমানৰ অপেনিং বেটছমেন শিখৰ ধাৱানে কয়, ‍‘তেওঁলোকৰ বলিদান ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নাযায়। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো’।

ইয়াৰ উপৰি প্ৰাক্তন বেগী বলাৰ ইৰফান পাঠানেও ছহিদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ বলিদানৰ বাবে ৰাষ্ট্ৰ সদাই ঋণী বুলি মন্তব্য কৰে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd