• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত অসুস্থ পিতৃৰ কাষত উপস্থিত হ’বলৈ মুম্বাইৰ পৰা কাশ্মীৰলৈ চাইকেলেৰে যাত্ৰা কৰা যুৱকলৈ চি আৰ পি এফৰ সহয়ৰ হাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 4:24 pm

1 min read

CRPF

সহায়ৰ সময়ত চি আৰ পি এফ

28.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল’কডাউন ঘোষণা কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।

ল’কডাউনৰ সময়ত কৰ্মসূত্ৰে মুম্বাইত থকা কাশ্মীৰৰ এগৰাকী আৰিফ নামৰ এজন যুৱকে তেওঁৰ অসুস্থ পিতৃক লগ কৰাৰ বাবে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে।

আনহাতে, যুৱকজনে চাইকেলেৰে কাশ্মীৰলৈ বুলি যাত্ৰা কৰাৰ সময়তে বাটত চি আৰ পি এফে লগ পাই সমষ্ট কাৰণ জানিব পাৰি সহায়ৰ হাত আগবঢ়ায়।

চি আৰ পি এফে যুৱকজনক নিজৰ ট্ৰাকত উঠাই লৈ গৈ অসুস্থ পিতৃৰ কাষত উপস্থিত হোৱাত সহায় কৰে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়তে আৰিফৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু আৰিফৰ পিতৃকো চি আৰ পি এফে হেলিকপ্তাৰেৰে জম্মুলৈ লৈ আহি চিকিৎসাৰৰ ব্যৱস্থা কৰিছিল।

জম্মুত উপস্থিত হোৱাৰ পাছতে আৰিফে চি আৰ পি এফৰ জোৱান সকলৰ সলাগ লোৱাৰ লগতে প্ৰতিকূল সময়তো পিতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰা বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd