• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানী পত্নীক বিতাড়নৰ পৰা ৰক্ষা কৰিবলৈ আদালতৰ দ্বাৰস্থ চি আৰ পি এফ জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 8:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰিছে পাকিস্তানৰ ওপৰত। বাদ পৰিযোৱা নাই ভাৰতত বাস কৰা পাকিস্তানী নাগৰিকো। জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ত এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানে তেওঁৰ পাকিস্তানী পত্নীক ভাৰতৰ পৰা বিতাড়িত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ গোচৰ ৰুজু কৰিছে।

পহলগাম কাণ্ডৰ পাছত ভাৰতে পাকিস্তানী নাগৰিকৰ হ্ৰস্বম্যাদী ভিছা বাতিল কৰাৰ সিদ্ধান্ত লৈছে, যাৰ বাবে ভাৰতীয় সেনা জোৱান জনৰ পত্নীৰ ভিছাৰ ম্যাদ শেষ হৈছে। প্ৰকাশিত তথ্য অনুসৰি দম্পতীহালে পত্নীৰ দীৰ্ঘম্যাদী ভিছাৰ আবেদন মঞ্জুৰ কৰাৰ অনুৰোধ জনাইছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাহুল ভাৰতীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰ চৰকাৰক ১০ দিনৰ ভিতৰত নিজৰ স্থিতি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Apply Now

বৰ্তমান পাকিস্তানী নাগৰিক হিচাপে ভাৰতত আছে মহিলাগৰাকী, আৰু তেওঁৰ ভিছাৰ ম্যাদ ইতিমধ্যে শেষ হৈ গৈছে বুলি সদৰী কৰিছে। আদালতে জনোৱা মতে, তেওঁক দীৰ্ঘম্যাদী ভিছা প্ৰদান কৰা হ’ব নে নহয়, সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল’ব। এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ১৪ মে’ত ধাৰ্য কৰিছে। এই ঘটনাই ভাৰত-পাকিস্তান সম্পৰ্কৰ প্ৰেক্ষাপটত আইনী আৰু কূটনৈতিক জটিলতা সন্দৰ্ভত এক নতুন আলোচনাৰ সূচনা কৰিছে।

মহিলাগৰাকী হ্ৰস্বম্যাদী টুৰিষ্ট ভিছাৰে ভাৰতলৈ আহিছিল, যাৰ ম্যাদ ২২ মাৰ্চত শেষ হৈছে। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক ‘এগজিট পাৰ্মিট’ প্ৰদান কৰা হৈছিল, কিন্তু সেইটোও বাতিল কৰা হৈছে বুলি অবেদনকাৰীৰ অধিবক্তাই জনাইছে। দম্পতীহালে দাবী কৰিছে যে তেওঁলোক অনলাইনত বিবাহৰ পঞ্জীয়ন কৰিছিল কিন্তু বিবাহৰ প্ৰমাণ পত্ৰত নিৰ্দিষ্ট স্থানৰ উল্লেখ থকাৰ বাবে আদালতে এই বিবাহৰ আইনগত স্বীকৃতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ন্যায়াধীশৰ মতে, এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ মতামত অতি গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd