• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰত শিবিৰৰ পৰাই নিৰুদ্দেশ চি আৰ পি এফ জোৱানঃ দুদিন ধৰি নাই সন্ধান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2024 7:55 pm
CRPF personnel missing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ জিলাত নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱান শিবিৰৰ পৰাই হৈছে নিৰুদ্দেশ।

জোৱানগৰাকীৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। নিৰুদ্দিষ্ট জোৱানজনক ৰাম সিং শ্যাম বুলি চিনাক্ত কৰা হৈছে।

Apply Now

মধ্যপ্ৰদেশৰ বাসিন্দা ৰাম সিং শ্যামক কেইবাবছৰ ধৰি দয়াপুৰ চি আৰ পি এফ শিবিৰত নিযুক্তি দিয়া হৈছিল।

যোৱা ৩১ ডিচেম্বৰত ব্যক্তিগত কামৰ বাবে ওলাই অহাৰ পিছতে তেওঁ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সেইদিনা বিয়লি প্ৰায় ৪:৩০ বজাত শ্যামে ঘৰৰ কোনো সামগ্ৰী কিনিবলৈ ওলাই গৈছিল।

সেই সময়ত তেওঁৰ পত্নী আৰু সন্তানো আছিল ঘৰত। কিন্তু কেইবা ঘণ্টাৰ পিছতো তেওঁ ঘৰলৈ উভতি নোযোৱাত চিন্তিত হৈ পৰে পৰিয়াল।

তাৰ পিছতে শ্যামৰ পত্নীয়ে শিবিৰৰ বিষয়াসকলক এই বিষয়ে সদৰী কৰে।

কিন্তু তাৰ পিছতো শ্যামৰ সন্ধান নাপাই চি আৰ পি এফে স্থানীয় আৰক্ষী থানাত তেওঁৰ নিৰুদ্দেশৰ ৰিপ’ৰ্ট দাখিল কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই গোচৰৰ তদন্ত কৰিছে আৰু চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি তেওঁৰ সন্ধান অব্যাহত ৰাখিছে বুলি সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd