• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰাহাটত নিৰীক্ষণত ৰখা হৈছে কৰ’না ভাইৰাছ আক্ৰান্ত মাৰ্কিন পৰ্যটকে ভ্ৰমণ কৰা জাহাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 9:22 am
Story-3-24-750x375

গুৱাহাটী বিমানবন্দৰত ক'ৰোনা ভাইৰাছ পৰীক্ষণ শিৱিৰ।

1.8k
VIEWS
Share on FacebookShare on Twitter

ভূটান কৰা স্বাস্থ্য পৰীক্ষাত শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা অসমৰ পৰা যোৱা মাৰ্কিন পৰ্যটক গৰাকীয়ে যোৰহাটৰ যিবোৰ ঠাইলৈ গৈছিল সকলোবোৰ ঠাই পৰ্যবেক্ষণত ৰখা হৈছে বুলি জনাই যোৰহাটৰ উপায়ুক্ত ৰস্নি এ কোৰাটিয়ে।

২২ গৰাকী যাত্ৰীৰ সৈতে যোৰহাটৰ নিমাতীঘাটলৈ উভতি অহা এম ভি মহাবাহু জাহাজখনৰ সকলো যাত্ৰীক পৃথকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

অসম ভ্ৰমণলৈ অহা মাৰ্কিন পৰ্যটক হোৱাইটৰ শৰীৰত ভূটানত প্ৰৱেশ কৰাৰ সময়তে কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

মাৰ্কিন পৰ্যটক গৰাকীয়ে ২২ ফেব্ৰুৱাৰিত যোৰহাটৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ২৩ ফেব্ৰুৱাৰিত এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ জাহাজেৰে জলপথেৰে গুৱাহাটীলৈ গৈছিল।

মাৰ্কিন পৰ্যটক গৰাকীয়ে ২২ ফেব্ৰুৱাৰিত থকা থেঙাল মনৰ নামৰ হোটেল খনৰ কৰ্মচাৰী সকলৰো স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

‘‘আমি মাৰ্কিন পৰ্যটক গৰাকীয়ে যোৱা সকলো স্থান নিৰীক্ষণ কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। চিন্তিত হোৱাৰ কোনো কাৰণ নাই,’’ উপায়ুক্ত গৰাকীয়ে কয়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd