• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈৰ ‘ক্ৰিষ্টেল ভিশ্যন’ৰ দ্বাৰা ভ্ৰাম্যমান ৰক্তদান শিবিৰৰ আয়োজন

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , August 14, 2018 7:33 pm

2 min read

SP ,Darrang , Sreejith T. set example by donating blood as the first donor in mobile blood camp on Tuesday at Mangaldai
102
VIEWS
Share on FacebookShare on Twitter

বিগত ৭ বছৰৰ দৰে এইবাৰো মঙলদৈৰ ‘ক্ৰিষ্টেল ভিশ্যন’ নামৰ এটা বেচৰকাৰী সংস্থাই দৰং জিলা হেল্থ ছ’চাইটী, দৰং জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক ৰক্তদান সংসদৰ সহযোগত এটা ভ্ৰাম্যমান ৰক্তদান আৰু সচেতনতা শিবিৰৰ আয়োজন কৰে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই ৰক্তদান শিবিৰটোৰ আয়োজন কৰা হয়।

দৰেং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি, এছএছবিৰ ৩৭ বেটেলিয়নৰ ড০ অজিত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱেশ চন্দ্ৰ কাকতী আদি হৈছে ৰক্তদান শিবিৰটোৰ কেইগৰাকীমান লেখত ল’বলগীয়া ৰক্তদাতা। তেওঁলোকৰ উপৰিও আন আন ৫০গৰাকী ৰক্তদাতাই ৰক্তদান শিবিৰত ৰক্তদান কৰিছিল। ৰক্তদাতাসকলৰ মাজত শিক্ষক, এছএছবিৰ জোৱান, আৰক্ষীৰ লোক, বেচৰকাৰী সংস্থাৰ সদস্য, মহিলা, ছাত্ৰ-ছাত্ৰী আৰু অন্যন্য চাকৰীয়াল আছিল।

এই ভ্ৰাম্যমান ৰক্তদান শিবিৰটোত শীততাপ নিয়ন্ত্ৰণ সহ সকলো অত্যাধুনিক ব্যৱস্থা সম্বলিত আছিল।

ৰক্তদান শিবিৰটোত দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, মঙলদৈ সৌৰ সভাৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ ৰূপলাল নুনিছা, দৰঙৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ড০ নিৰ্মল কুমাৰ বেৰিয়া, মঙলদৈ ব্লাডবেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ড০ দাউদ আলী আদি গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।

মঙলদৈৰ বিজেপিৰ সংখ্যালঘু আৰু যুৱ শাখাৰ সমৰ্থনত ৰক্তদান সম্পৰ্কে সচেতনতা সৃষ্টিৰ বাবে মঙললদৈ চহৰৰ মাজেৰে এটা চাইকেল শোভাযাত্ৰা উলিওৱা হয়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd