• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য সচিবে অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু প্ৰত্যাহ্বানজনকৰূপে অভিহিত কৰিছে

অনুপ শৰ্মা by অনুপ শৰ্মা
February 2, 2019 5:40 pm
Sri-Alok-Kumar-IAS

অসমৰ মুখ্য সচিব আলোক কুমাৰ। ছবি সৌজন্য-- asrb.assam.gov.in

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসামৰিক আৰু আৰক্ষী প্ৰশাসন যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষমত জোৰ দিয়া অৱস্থাত শনিবাৰে অসমৰ মুখ্য সচিব আলোক কুমাৰ।

নাগৰিকত্ব বিধেয়কক লৈ অসমত বৰ্তমান সৃষ্টি হোৱা পৰিস্থিতিলৈ আঙুলিয়াইছিল কুমাৰে। কুমাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰিছিল।

Apply Now

সংবাদমেল সম্বোধন কৰা আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই কয় নাগৰিকত্ব বিধেয়কক লৈ ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হিংসাত্মক ঘটনাক লৈ এতিয়ালৈকে অসমত ৮টা গোচৰ ৰুজু হৈছে।

“অসমৰ আইন আৰু শৃংখলা এতিয়ালৈকে নিয়ন্ত্ৰণাধীন কিন্তু প্ৰত্যহ্বানজনক। ৰাজ্যখন পাৰ হৈছে এক পৰিস্থিতিৰ মাজেদি- যিটো প্ৰত্যাহ্বানজনক। চৰকাৰে অনুভৱ কৰে যে জনসাধাৰণৰ প্ৰতিবাদৰ অধিকাৰ আছে। অৱশ্যে কিছু বিচ্যুতি লক্ষ্য কৰা হৈছে। কাপোৰ খোলা আৰু সেই প্ৰকাৰে প্ৰতিবাদ কৰা সঠিক নহ’ব পাৰে,” ৰাজ্যৰ জনসাধাৰণক সংযত থাকিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই অসমৰ মুখ্য সচিব আলোক কুমাৰে কয়।

“চলিত বাগদাৰা পৰ্য্যৱশিত হ’ব নালাগে পথৰ হিংসালৈ— যিটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কঠিন কৰি তুলিব। এতিয়া শান্তি আছে আৰু জনসাধাৰণৰ বাবে এটা পৰিস্থিতি সৃষ্টি কৰা দৰকাৰ বিশেষকৈ সাধাৰণ নিৰ্বাচনলৈ দুমাহ বা তিনিমাহ থকা অৱস্থাত,” কয় কুমাৰে।

আৰক্ষীৰ গোচৰসমূহ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই শইকীয়াই কয় যে তিনিচুকীয়াত তিনিটা, বিশ্বনাথ জিলাৰ বিহালীত দুটা গোচৰ পঞ্জীয়ন হৈছে। আন তিনিটা গোচৰ পঞ্জীয়ন হৈছে নলবাৰী জিলাত, তেওঁ লগতে কয়।

নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলন আলফাৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্য সন্দৰ্ভত ডিজিপিয়ে অৱশ্যে কয় যে এতিয়ালৈকে আৰক্ষীৰ হাতত এই বিষয়ে কোনো নিৰ্দিষ্ট ইনপুট নাই, কিন্তু আৰক্ষীয়ে এই বিষয়ে অনুসন্ধান কৰি আছে।

“আমি তিনিচুকীয়া, নলবাৰী আৰু বিহালীত গোচৰ পঞ্জীয়ন কৰিছো আৰু কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া বিস্তাৰিত জেৰাৰ পিছতহে আন্দোলনটোত কোনোবা আণ্ডাৰগ্ৰাউণ্ড বাহিনী জৰিত আছে নেকি আমি ক’ব পাৰিম,” কয় শইকীয়াই।

ডিজিপিয়ে অৱশ্যে কয় যে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰক্ষী সষ্টম আছে আৰু ঘটি থকা ঘটনাবোৰক লৈ কোনো লোক ভয়াৰ্ত হোৱাৰ দৰকাৰ নাই।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd