• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPLৰ পৰাও অৱসৰ ধোনীৰ? হাৰ্দিক-ক্ৰুনালক জাৰ্ছি প্ৰদান কৰাৰ পাছতে আৰম্ভ জল্পনা-কল্পনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2020 8:09 am
M S Dhoni

মহেন্দ্ৰ সিং ধোনী।

17.5k
VIEWS
Share on FacebookShare on Twitter

কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে বেটত ছন্দ হেৰুৱাইছে। প্ৰশ্ন উঠিছে তেওঁৰ অধিনায়কত্বকলৈয়ো। স্তিমিত হৈ পৰিছে দলৰ প্ৰদৰ্শন।

আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা শুকুৰবাৰে খেলোৱা খেলখনত চেন্নাই ছুপাৰ কিংছে দহটা উইকেট হেৰুৱাইছে।

স্বাভাৱিকতে এনে পৰিস্থিতিত চৰ্চা আৰম্ভ হৈছে ধোনীৰ অৱসৰক কেন্দ্ৰ কৰি। সৰৱ আলোচনা চলিছে যে আন্তৰ্জাতিক ক্ৰিকেটৰ পাছত এইবাৰ আইপিএলৰ পৰাও অৱসৰ ল’ব নেকি ধোনীয়ে?

এনে আলোচনাৰ উৎস কি? চলিত বৰ্ষৰ ১৫ আগষ্টত ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল।

তাৰপাছতে আইপিএলত যোগদান কৰিছে ধোনীয়ে। ধোনীৰ বেটে এইবাৰ উত্তৰ দিব পৰা নাই। অধিনায়কত্বও হৈ পৰিছে নিষ্প্ৰভ। তেওঁৰ দলটো এতিয়া প্লে-অফলৈ যাব নোৱাৰিব।

ইয়াৰ মাজতে যোৱা শুকুৰবাৰে খেলৰ অন্ত নিজৰ ৭নম্বৰ জাৰ্ছিটো মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ হাৰ্দিক আৰু ক্ৰুনাল পাণ্ডিয়াক উপহাৰ দিয়ে। ধোনীৰ পৰা এই উপহাৰ গ্ৰহণ কৰে পাণ্ডিয়া ভাতৃদ্বয়ে।

আআইপিএলৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা এই ছবি টুইট কৰা হৈছে। ইয়াৰ পূৰ্বে একেধৰণে ৰাজস্থানৰ খেলুৱৈ জোছ বাটলাৰকো খেলৰ শেষত নিজৰ জাৰ্ছি উপহাৰ দিছিল ধোনীয়ে।

At the end of the day, Cricket Hamari Jaan. #Yellove #CSKvMI 🦁💛 pic.twitter.com/xBNDLGaWCg

— Chennai Super Kings (@ChennaiIPL) October 23, 2020

পুনৰ একে ঘটনা প্ৰত্যক্ষ কৰি অনুৰাগীসকলৰ মনত শংকা গভীৰ হৈ পৰিছে। বহুতেই টুইট কৰি মনৰ কথা প্ৰকাশো কৰিছে।

এগৰাকী অনুৰাগীয়ে লিখিছে,’’বিপক্ষ দলৰ খেলুৱৈক এইদৰে জাৰ্ছি উপহাৰ দিছে, তেনেহ’লে ধোনীয়ে অৱসৰ ল’বলৈ গৈ আছে নেকি?’’

বহুতেই তেওঁক ২০২১লৈকে খেলি যোৱাৰো আহ্বানো জনাইছে। এতিয়া ধোনীয়েহে ল’ব শেষ সিদ্ধান্ত। কিন্তু ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলৰ মনত ধোনীৰ অৱসৰক লৈ যেন এক ভীষণ কৌতুহলৰ সৃষ্টি হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd