• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CUET UG-2022 Results: প্ৰকাশ পালে CUET UG ফলাফল; চাওক ৰিজাল্ট, কেনেদৰে প্ৰস্তুত কৰা হ’ব মেধাৰ তালিকা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2022 11:18 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাতিপুৱাই প্ৰকাশ কৰা হ’ল কমন ইউনিৰ্ভাছিটি এন্ট্ৰেন্স টেষ্ট (CUET UG 2022) ফলাফল। প্ৰাৰ্থীসকলে CUETৰ অফিচিয়েল ৱেবছাইট cuet.samarth.ac.in পৰা তেওঁলোকৰ স্কোৰকাৰ্ড চাব পাৰে। প্ৰাৰ্থীসকলে উমৈহতীয়া প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত (অন্যান্য অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহতো) নামভৰ্তি কৰিবলৈ সক্ষম হ’ব।

CUET UG 2022-ৰ ফলাফল কেনেদৰে পৰীক্ষা কৰিব?

১) প্ৰাৰ্থীসকলে CUETৰ অ’ফিচিয়েল ৱেবছাইট cuet.samarth.ac.in লগ ইন কৰিব লাগিব।

Apply Now

২) প’ৰ্টেল খুলিলেই ‘Announcement : Welcome to CUET (UG) – 2022 Portal. Login to view/download Score Card’ দেখা পাব । ওপৰৰ সোঁফালে ‘Sign in’ত ক্লিক কৰক। এটা নতুন পেজ খুলিব।

৩) এপ্লিকেচন নম্বৰ, পাছৱৰ্ড আৰু ছিকিউৰিটি পিনৰ সৈতে লগ ইন কৰক। আপোনাৰ স্কোৰকাৰ্ড স্ক্ৰীণত দেখুওৱা হ’ব। প্ৰাৰ্থীসকলে ভৱিষ্যতৰ বাবে ইয়াক ডাউনলোড কৰি ৰাখিব লাগিব।

প্ৰতিনিধিত্বমূলক ফটো।

মহাবিদ্যালয়ত নামভৰ্তিৰ মেধা তালিকা কেনেদৰে প্ৰস্তুত কৰা হ’ব?

উমৈহতীয়া প্ৰৱেশ পৰীক্ষা CUET ৰ আয়োজক সংস্থা নেচনেল টেষ্টিং এজেন্সিৰ (এনটিএ) মতে মেধা তালিকাখন সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰস্তুত কৰা হ’ব। প্ৰতিখন বিশ্ববিদ্যালয়ে CUET ত প্ৰাপ্ত নম্বৰৰ ওপৰত ভিত্তি কৰি কাউন্সিলিঙৰ নিজা তালিকা প্ৰস্তুত কৰিব। একে সময়তে, এনটিএ-য়ে কৈছে যে প্ৰাৰ্থীসকলে নামভৰ্তিৰ বাবে আবেদন কৰা বিশ্ববিদ্যালয়খনত সংশ্লিষ্ট প্ৰাৰ্থীৰ নম্বৰ (CUET UG ত প্ৰাপ্ত নম্বৰ) জনাই দিয়া হ’ব।

উল্লেখ্য যে এই বছৰ মুঠ ছয়টা ৰাউণ্ডৰ CUET UG পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষাটো ১৫ জুলাইত আৰম্ভ হৈছিল আৰু ৩০ আগষ্টলৈকে চলিছিল। মুঠ ১৪.৯ লাখ প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল। চতুৰ্থ পৰ্যায়ত সৰ্বাধিক ৩.৭২ লাখ প্ৰাৰ্থীৰ পঞ্জীয়ন কৰা হৈছিল।

প্ৰাৰ্থীসকলে দেশৰ ৯০ খন বিশ্ববিদ্যালয়ৰ ৫৪,৫৫৫ টা ছাবজেক্ট কম্বিনেশ্যনৰ বাবে আবেদন কৰিছিল। প্ৰশ্নকাকত মুঠ ১৩ টা ভাষাত (ইংৰাজী, হিন্দী, বঙালী, গুজৰাটী, অসমীয়া, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দু) প্ৰস্তুত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd