• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংস্কৃতিক মহাসভাৰ উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান,উত্তৰ পূব সাংস্কৃতিক সমাৰোহ আৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 5, 2019 6:41 am
IMG-20190104-WA0001

শিৱসাগৰত সাংস্কৃতিক মহাসভা, অসমৰ উপাধি প্ৰদান অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত আৰম্ভ হৈছে সাংস্কৃতিক মহাসভা, অসমৰ এক বিশেষ অনুষ্ঠান। বৰৰজা ফুলেশ্বৰী কুঁৱৰী সমন্বয় ক্ষেত্ৰ  বৰ্ডিং খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শনিবাৰে ৰাজ্যৰ ১১১ গৰাকী লোকক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব। ইয়াৰে ২২ গৰাকী লোকক বিভিন্ন উপাধি প্ৰদান কৰা হ’ব।

শুকুৰবাৰে পুৱা সাংস্কৃতিক মহাসভাৰ পতকা উত্তোলন কৰে মহাসভাৰ সভাপতি শংকৰ দাসে। আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী মৃদুস্মিতা সিংহই। সেইদৰে স্মৃতিতৰ্পণ কৰে সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু নীলমণি মহন্তই।

Apply Now

ইয়াৰ পাছতেই মূল তোৰণ আৰু মণ্ডপ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰদীপ মিশ্ৰই। ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ মৃদুল কুমাৰ বৰাই। তদুপৰি, আদৰণি সমিতিৰ প্ৰধান সম্পাদক ত্ৰৈলোক্য দত্তই অনুষ্ঠানটোৰ তাৎপৰ্য্য ব্যাখ্যা কৰে।

আজিৰ অনুষ্ঠানটোত ৰাজ্যিক উপাধি প্ৰদান কৰিবলগীয়া ব্যক্তিসকলৰ মাজত আছে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামী, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, সাদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আৰু স্বৰ্ণকন্যা হিমা দাস।

আনহাতে, অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ-পূব সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে।

শুকুৰবাৰে অনুষ্ঠানৰ পূৰ্বে অনুধুতি মহন্ত আৰু চিত্ৰলেখা বৰগোহাঁইৰ নেতৃত্বত ৰাগ ৰাগিনী সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এটি বৰগীত পৰিবেশন কৰে আৰু নটৰাজ কলাক্ষেত্ৰৰ শিল্পী সকলে ৰাম বন্দনা, দলীয় নৃত্য পৰিবেশন কৰে।

ইপিনে, সন্ধিয়া দিখৌমুখৰ ‘তেজস্বীনি’ৰ মহিলা সকলে বৰ্ডিং খেল পথাৰৰ মঞ্চত “শকুনিৰ প্ৰতিশোধ, দু:শাসনৰ ৰক্তপান” ভাওনা প্ৰদৰ্শন কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd