• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 25, 2021 4:03 pm
Andhr
178
VIEWS
Share on FacebookShare on Twitter

বিটিআৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম বিটিআৰ চুক্তি দিৱসৰ আজি দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰে উদুলি মুদুলি কৰি তোলে গ্ৰীণ ফিল্ড

এই উপলক্ষে আজি কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা বড়োফা নোগৰৰ গ্ৰীণ ফিল্ডলৈ উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰা পুৱা পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে ৷

মুছাহাৰীয়ে তেখেতৰ ভাষণত তৃতীয় বড়ো শান্তি চুক্তিয়ে  সকলো জাতি- জনগোষ্ঠী আৰু বড়ো- অবড়োৰ মাজত বিভেদ আতঁৰাই ভাতৃত্ববোধৰ বিশাল চানেকি দাঙি ধৰাই নহয় আজিৰ সাংস্কৃতিক শোভাযাত্ৰাই বিটিআৰত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মহান চানেকি প্ৰতিফলিত কৰি তোলা বুলি কয় ৷

তেওঁ ভাষণ প্ৰশংগত বিগত সোতৰটা বছৰত এই অঞ্চলত শান্তি আৰু উন্নয়ন হোৱা নাছিলে বুলি আক্ষেপ ব্যক্ত কৰি আজি বিগত বৰ্ষৰ ২৭ আানুৱাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ পিছত সকলো পৰিবৰ্তণ হোৱাই নহয় আজিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাই বিটিআৰত সমন্বয়ৰ প্ৰতীকৰূপে প্ৰতীয়মান কৰি তোলা বুলি ভাষণত উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰথম বিটিআৰ চুক্তি দিৱসৰ সতে সংগতি ৰাখি কোকৰাঝাৰত আজি বিটিচিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত উলিওৱা সাংস্কৃতিক বিশাল শোভাযাত্ৰাত বড়ো,ৰাভা ,গাড়ো,কোচ ৰাজবংশী,আদিবাসী,নেপালি ,নাথ যোগী আদিকে ধৰি ভালেসংখ্যক সাংস্কৃতিক দল আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলো উপস্থিত আছিল ৷

আনপিনে আজি গ্ৰীণ ফিল্ডত বিয়লি বিটিআৰত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd