• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ মাটিৰ তলৰ পৰা উদ্ধাৰ ২৫০ কিলোগ্ৰাম ওজনৰ ৰহস্যময় চিলিণ্ডাৰ! কোনে পুতি থৈছিল এইবোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 7:46 am
aa image-195050
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা নহয়, দুটা নহয় মাত্ৰ কেইদিনমানৰ ব্যৱধানতে তিনিটাকৈ ৰহস্যময় চিলিণ্ডাৰ মাটিৰ তলৰ পৰা উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে কৌতূহলৰ।

শনিবাৰে পুনৰ ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত টাৰ্মিনেল নিৰ্মাণৰ বাবে মাটি খান্দি থাকোতে উদ্ধাৰ হয় আন এটা চিলিণ্ডাৰ সদৃশ বোমা।

Apply Now

পূৰ্বৰ বোমা কেইটাৰ দৰেই এই বোমাটোৰো ওজন ২৫০ কিলোগ্ৰাম।বোমাটো যোৱা নিশা টাংগাইল নামৰ অঞ্চললৈ নি নিষ্ক্ৰিয় কৰা হয়।

ইয়াৰ পূৰ্বে ৯ আৰু ১৫ ডিচেম্বৰতো সেই স্থানৰ পৰা দুটাকৈ একে বোমা মাটি খান্দি থাকোতে উদ্ধাৰ হৈছিল।

৯ ডিচেম্বৰতো বিমান বন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ বাবে শ্ৰমিকে খান্দি আছিল মাটি।

কিন্তু মাটি খান্দি থাকোতেই কেইজনমান শ্ৰমিকে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে এবিধ বিশেষ সামগ্ৰী।

প্ৰথমে কৌতূহলবশতঃ সামগ্ৰী বিধ হাতেৰে ডাঙি ওপৰলৈ তুলি অনাৰ চেষ্টা চলাইছিল এজন শ্ৰমিকে।

কিন্তু সামগ্ৰী বিধৰ ওজন বহু বেছি হোৱা বাবে সফল নহ’ল।

পিছত যেনিবা বহু কেইজন শ্ৰমিকে মিলি সামগ্ৰী বিধ ওপৰলৈ তুলি আনে।বাংলাদেশৰ ৰাজধানী ঢ়াকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ তৃতীয় টাৰ্মিনেল নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে সেই বস্তুবিধ উদ্ধাৰ হয়।

বিমান বন্দৰ কৰ্তৃপক্ষই সেয়া চিলিণ্ডাৰৰ আকৃতিৰ এটা বিশাল বোমা বুলি নিশ্চিত হোৱাৰ পিছতে বোমা নিষ্ক্ৰিয় কৰা বাহিনীক খবৰ দিয়া হয়।বোমাটোৰ ওজন ২৫০ কিলোগ্ৰাম বুলিও নিশ্চিত কৰা হয় ।

ইয়াৰ পিছতে ঢ়াকাৰ ৰচুল বিমান ঘাটিলৈ বোমাটো নিয়া হয়  আৰু তাতেই বায়ুসেনা বাহিনীয়ে বোমাটো নিষ্ক্ৰিয় কৰে।

বাংলাদেশৰ বায়ুসেনা বাহিনীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে বোমাটো ১৯৭২ চনৰ বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত নিক্ষেপ কৰা নুফুটা বোমা হ’ব পাৰে।

বোমাটো বিশ্বযুদ্ধৰ সময়ৰ হ’ব পাৰে বুলিও বহুতে সন্দেহ কৰিছে।

অৱশ্যে সঠিক পৰ্যবেক্ষণৰ পিছতহে কথাবোৰ স্পষ্ট হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd