DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় কৰ্মচাৰীলৈ মোদী চৰকাৰৰ উপহাৰ; ৪ শতাংশ মূল্যবৃদ্ধি ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2020 5:27 pm
Modi meeting

মোদী কেবিনেটৰ বৈঠক

14.2k
VIEWS
Share on FacebookShare on Twitter

মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে।

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলৰ মূল্যবৃদ্ধি ভাট্টা চাৰি শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰোপৰি, কেন্দ্ৰীয় কেবিনেটে য়েছ বেংকৰ পুনৰ গঠনৰ পৰিকল্পনাত মঞ্জুৰী প্ৰদান কৰে।

আনহাতে, কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সম্বন্ধেও সমীক্ষা কৰা হয়।

কৰ’না ভাইৰাছ সম্বন্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্ধনে কেবিনেটৰ সন্মুখত বৰ্ণনা কৰে।

বৈঠকত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়, বিত্ত মন্ত্ৰ্যালয়, বৈদেশিক মন্ত্ৰ্যালয়, বাণিজ্য মন্ত্ৰ্যালয়ক সজাগ কৰি দিয়া হয়।

মূল্যবৃদ্ধি ভাত্তা কি?

চৰকাৰী কৰ্মচাৰী সকলৰ থকা-খোৱাৰ ধৰণৰ মান উন্নত কৰাৰ বাবে মূল্যবৃদ্ধি ভাট্টা দিয়া হয়।

বিগত বহু সময়ৰ পৰা মূল্যবৃদ্ধি ভাট্টা বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলৰ মূল্যবৃদ্ধি ভাট্টা ৪ শতাংশ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd