• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দদৰাত বেংকৰ সন্মুখৰ পৰা CRPF জোৱানৰ পৰা ডকাইতে লুটিলে ৪ লাখ টকা

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
February 21, 2022 7:15 pm
Robbery
163
VIEWS
Share on FacebookShare on Twitter

কামৰূপৰ দদৰাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। দদৰা ষ্টেট বেংকৰ সন্মুখৰ পৰা পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে এহাল দম্পত্তিৰ পৰা কাঢ়ি লৈ গ’ল ৪ লাখকৈ টকা।

দম্পত্তিহালে বেংকটোৰ পৰা নিজৰ সাঁচতীয়া টকাখিনি উলিয়াই অনাৰ সময়তে হাজো দিশৰ পৰা গুৱাহাটী অভিমুখে অহা দুৰ্বৃত্তৰ দলটোৱে সংঘটিত কৰিছে এই ডকাইতি কাণ্ডৰ ঘটনা।

ডকাইতিৰ বলি হোৱা দম্পত্তিহাল হাজোৰ ৰামদিয়াৰ বঙালটোলাৰ ৰবিন পাঠক আৰু জুনু পাঠক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বেংকটোত কোনো নিৰাপত্তাৰক্ষী নিয়োজিত নথকাৰ বাবেই এই ডকাইতিকাণ্ড সংঘটিত হ’বলৈ পালে বুলি গ্ৰাহকসকলে অভিযোগ কৰিছে।

ভোক্তভোগী ৰবিন পাঠক এজন CRPFৰ জোৱান। ইতিমধ্যে দদৰা আৰক্ষীয়ে ডকাইতৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰিছে

Recent News

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd