• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 19, 2021 7:27 pm
VideoCapture_20210419-191438
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামত ২০১৫ চনত স্থাপিত “অংগাভিনয় অসম”এ বিগত কালছোৱাত বৃহত্তৰ অঞ্চলটোত এদল নৱপ্ৰজন্মৰ শিল্পীৰ সৃষ্টিত অৰিহণা যোগাই আহিছে।

স্থাপিত হোৱাৰ দিন ধৰি অংগাভিনয় অসম নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে আধুনিক নৃত্য, সত্ৰীয়া নৃত্য আৰু যোগাসনক আধাৰ হিচাপে লৈ আৰম্ভ কৰা নৃত্যানুষ্ঠানটোৱে যোৱা ২৫ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈ বিহুসুৰীয়া আধুনিক নৃত্য আৰু বিহু নৃত্যৰ এক কৰ্মশালা অনুষ্ঠিত কৰে।

Apply Now

এই কৰ্মশালাৰ অন্তত যোৱা কালি সন্ধ্যা ৭ বজাৰ পৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক এক সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। অংগাভিনয় অসমৰ ছাত্ৰ-ছাত্ৰী সকলে অতি সুন্দৰ ভাৱে ৰূপায়ন কৰা এই অনুষ্ঠানটিত অভিভাৱক সকলৰ লগতে একাংশ স্থানীয় সংস্কৃতিবান লোকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অংগাভিনয়ৰ এই ছাত্ৰ-ছাত্ৰী সকলে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত যোৱা ১৫ এপ্ৰিলত অনুষ্ঠিত “বাটৰ বিহু” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত ভাগলৈ এক বিশেষ নৃত্যাভিনয়ৰ পৰিবেশন কৰিছিল।

যাৰ বাবে পুৰণিগুদাম প্ৰেছ ক্লাৱে ২৫ গৰাকী অংগাভিনয়ৰ ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰে পুৰণিগুদামৰ পাৰঘাটত অনুষ্ঠিত অংগাভিনয়ৰ অনুষ্ঠানটিত।

এই মানপত্ৰ বিতৰণ অনুষ্ঠানত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী, কাৰ্যকৰী সভাপতি ভাৰ্গব হাজৰিকাৰ লগতে আন তিনিজন বিষয়ববীয়া ক্ৰমে শ্যামেন্দ্ৰ বৈৰাগী, অভিজিৎ বৰা আৰু দীপাংকৰ ভৰদ্বাজ উপস্থিত থাকে।

অংগাভিনয় অসমৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে অংগাভিনয় অসমৰ পৰিচালক পল্লৱ কলিতা আৰু মূখ্য প্ৰশিক্ষিকা বনশ্ৰী শৰ্মাই প্ৰশিক্ষক ৰাকেশ কুমাৰ বৰা, বন্দনা কৌশিক, ত্ৰিদিশা কলিতা, প্ৰগতি বৰুৱা আৰু চন্দনা বৰাক একোখনকৈ বিহুৱানেৰে আদৰণি জনায়।

প্ৰায় সহস্ৰাধিক দৰ্শকৰ সমাবেশ হোৱা অনুষ্ঠানৰ শেষত অভিভাৱক সকলৰ সহযোগত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰে অংগাভিনয় অসমেও।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd