DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ অপহৃত কিশোৰী; তামুলপুৰ আৰক্ষীৰ জালত অপহৰণকাৰী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
March 28, 2022 9:48 am
kidnapper arrested

আৰক্ষীৰ জালত অপহৰণকাৰী নিজামুদ্দিন। ফটো: নৰ্থইষ্ট নাও।

151
VIEWS
Share on FacebookShare on Twitter

প্ৰথমতে মিছ কল দি তাৰ পিছত প্ৰেমৰ অভিনয়। এনেকৈ এচাম দুষ্ট যুৱকে প্ৰেমৰ জালত পেলাই কিশোৰী অপহৰণ কৰা ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। নৱ গঠিত তামুলপুৰ জিলাতো এনে ঘটনা বৃদ্ধি পোৱাত সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

কিছুদিন পূৰ্বে তামুলপুৰৰ অম্বৰীষনগৰ গাঁওৰ পৰা অপহৃত এগৰাকী কিশোৰীক বহিঃৰাজ্যৰ পৰা তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত দেওবাৰে পুনৰ অপহৰণকাৰীৰ কবলৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰা হয়।

যোৱা ২১ মার্চত হাইলাকান্দিৰ আলগাপুৰৰ নিজামুদ্দিন নামৰ এজন যুৱকে প্ৰেমৰ জালত পেলাই তামুলপুৰ জিলাৰ দৰঙামেলা অঞ্চলৰ পৰা ১৭ বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ কৰি নিছিল।

লগতে পঢ়ক: গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে

তাৰ পিছতে কিশোৰী গৰাকীক অপহৰণ কৰা বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দৰঙামেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দ’লেৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে আলগাপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই আলগাপুৰ অঞ্চলৰ পৰা অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰে আৰু অপহৰণকাৰী নিজামুদ্দিন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি তামুলপুৰলৈ  আনে।

নিজামুদ্দিনক আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। 

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd