• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমগ্ৰ দেশক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে নিউজিলেণ্ডত পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 16, 2020 4:58 pm

1 min read

সমগ্ৰ দেশক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে নিউজিলেণ্ডত পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী

387
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশক ক’ৰ’না ভাইৰাছ মুক্ত বুলি ঘোষণা কৰাৰ পাছতে পুনৰ ক’ৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হৈছে নিউজিলেণ্ডত।

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেচিন্দা আৰড্ৰেনে নিউজিলেণ্ডৰ অন্তিম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পাছত দেশখনক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ দুদিন পাছতে পুনৰ দুগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

‘‘নতুনকৈ ক’ৰ’না আক্ৰান্ত দুয়োগৰাকী ৰোগীকে চিকিৎসা প্ৰদান কৰি থকা হৈছে। ক’ৰ’না আক্ৰান্ত দুয়োগৰাকী ৰোগী য়ু কেৰ পৰা উভতি অহা,’’ নিউজিলেণ্ডৰ চিকিৎসা বিষয়া এগৰাকীয়ে প্ৰকাশ কৰে।

সোমবাৰে দেশখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৰোগী দুগৰাকীৰ সৈতে নিউজিলেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৫০৪ গৰাকীলৈ বৃদ্ধি পায়।

এই ঘটনাৰ পাছতে প্ৰধান মন্ত্ৰী আৰড্ৰেনে নিউজিলেণ্ডে ভবিষ্যতেও অধিক ক’ৰ’না আক্ৰান্তৰ ৰোগীৰ মুখামুখি হ’বলগীয়াত পৰিব পাৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, নিজিলেণ্ডক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰাৰ পাছতে দেশখনৰ জনসাধাৰণে ক’ৰ’নাৰ বিৰুদ্ধে সাব্যস্ত কৰা বিজয় উদযাপন কৰিছিল।

Recent News

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd