• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা উপায়ুক্তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 29, 2021 2:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ লগতে জিলাখনৰ ডাংতল, সৃজনগ্ৰাম, টাপাট্টাৰী,বইটামাৰী আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), এম জি এনৰেগা আদি আঁচনিৰ অধীনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে।

জিলাখনত ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতিগত পিয়ল অনুসৰি অতিৰিক্ত তালিকাৰ লগতে সংশোধিত কেচাঘৰৰ সূত্ৰ অনুসৰি ৫৪,৫২৩ গৰাকী কেঁচাঘৰ থকা দুখীয়া লোকক পকীঘৰ দিয়াৰ লক্ষ্য বান্ধি দিয়া হৈছে চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকৰ পৰিসংখ্যাটো ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ কাম বৰ্তমানলৈকে ৯৯.৭ শতাংশ সম্পূৰ্ণ হৈছে।

Apply Now

বাকীখিনি অতি শীঘ্ৰে পৰিদৰ্শন কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে ব্যৱস্থা লোৱা হ’ব।
ইয়াৰ উপৰিও ইতিমধ্যে ৩৮৩ গৰাকী দুখীয়া হিতাধিকাৰীক মাটি প্ৰদান কৰি পকীঘৰ দিয়াৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু ৩৭৬ টা ভূমিহীন পৰিয়ালক অতি কমেও ১০ লেচা মাটি প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে অতি সোনকালে ব্যৱস্থা লোৱা হ’ব।এইক্ষেত্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলৰ লগত আলোচনা কৰি মাটি প্ৰদান কৰাৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই পৰামৰ্শ দিয়ে।

আনহাতে এম জি এনৰেগা আঁচনিৰ অধীনত গছপুলি ৰোপন,মহিলা আত্ম-সহায়ক গোটক উদ্যান শস্যৰ খেতি কৰিবলৈ, হাঁহ-কুকুৰা পালন, মীন পালন, গো-পালন আদি ক্ষেত্ৰত সাহায্য আগবঢ়োৱা আদি কাম কৰি থকা হৈছে।

এম জি এনৰেগাৰ অধীনত চলি থকা কামত পাৰিশ্ৰমিকসমূহ সময়মতে দিবলৈ উপায়ুক্তগৰাকীয়ে খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে। সভাত প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যোজনা, সাংসদ আদৰ্শ গাঁও যোজনা আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত চলি থকা কাম-কাজৰো পৰ্যালোচনা কৰা হয়।

উল্লেখ থাকে যে বঙাইগাঁও জিলাত প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যোজনাৰ অধীনত ১৬খন গাঁও, সাংসদ আদৰ্শ গাঁও যোজনাৰ অধীনত ৰাঙাপানী গাঁও-পঞ্চায়ত আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ দুখনকৈ মুঠ ৬ খন গাঁও আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ বাচনি কৰা হৈছে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd