• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ চাপৰমুখত নিৰুদ্দিষ্ট পঞ্চায়ত সচিবৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , October 10, 2018 6:41 pm

1 min read

নগাঁৱৰ চাপৰমুখত নিৰুদ্দিষ্ট পঞ্চায়ত সচিবৰ মৃতদেহ উদ্ধাৰ
1.8k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত ধিং গাঁও নিবাসী আব্দুল জব্বাৰৰ পুত্ৰ তথা চাপৰমুখ গাঁ‌ও পঞ্চায়তৰ সচিব মহিবুৰ ৰহমান (৪৭)ৰ মৃতদেহ আজি ৰহস্যজনকভাৱে চাপৰমুখ আৰক্ষী থানাৰ অন্তৰ্গত কপিলী নৈৰ মাৰোৱাৰী পট্টীৰ পাৰঘাটত উদ্ধাৰ হয়।

উল্লেখযোগ্য যে সচিব মহিবুৰ ৰহমান দীৰ্ঘদিন ধৰি নগাঁও চহৰৰ নিকটৱৰ্তী কাতিমাৰী গ্ৰাণ্টত পৰিয়ালসহ বসবাস কৰি আহিছিল যদিও যোৱা ৭ অক্টোবৰৰ দিনা বিয়লি কাতিমাৰীৰ নিজ গৃহৰ পৰা বজাৰ কৰিবলৈ নগাঁও চহৰলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল।

ইয়াৰ পিছতে দুটি সন্তানৰ পিতৃ মহিবুৰ ৰহমানক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল। আনহাতে আজি ৰহস্যজনকভাৱে মহিবুৰৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাত পৰিয়ালৰ লোক সকল হতভম্ব হৈ পৰিছে।

প্ৰাপ্ত তথ্য মতে স্থানীয় লোকে আজি দুপৰীয়া প্ৰায় ১২ বজাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰিয়ালৰ লোকে সচিব মহিবুৰ ৰহমানক কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে হানি-খুঁচি হত্যাৰ কৰিছে বুলি সন্দেহ প্ৰকাস কৰিছে। লগতে সচিব মহিবুৰ ৰহমানৰ এনে অকাল মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd