• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই ফচি গৈছো, তইও মোৰ দৰে ভুল নকৰিবি’, বান্ধৱীক মেছেজ কৰাৰ পিছতে উদ্ধাৰ মহিলাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 9:50 am
142
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূপালত তিশা শৰ্মা নামৰ এগৰাকী যুৱতী মহিলাৰ ৰহস্যজনক মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁ দুমাহৰ গৰ্ভৱতী আছিল। অৱশ্যে মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত বান্ধৱীক লিখিছিল, ‘মই ফচি গৈছো। তইও যাতে একে ফান্দত নপৰা।’

মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই ঘটনা। তাতেই ৰহস্যজনকভাৱে মৃত্যু হয় ৩১ বছৰীয়া তিশা শৰ্মাৰ। ঘৰৰ পৰা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। অৱশ্যে তাৰ আগৰ নিশা তেওঁ বান্ধৱী এজনীক মেছেজ কৰিছিল। তেওঁ লিখিছিল, ‘মই ফচি গৈছো ভাই। তই কেৱল নফচিবি। এতিয়া বেছি কথা পাতিব নোৱাৰো, সঠিক সময়ত ফোন কৰিম।’

Apply Now

তিশাৰ বান্ধৱী মীনাক্ষীয়ে উত্তৰত লিখিছিল, ‘তোক লৈ মই চিন্তিত, টুক টুক। মই তোক বহুত ভাল পাওঁ, মই তোমাৰ লগত আছো।’ এই চ্যাট পোহৰলৈ অহাৰ লগে লগে পুনৰ তীব্ৰতৰ হৈ পৰিছে ৰহস্য।

তিশা নয়ডাৰ বাসিন্দা আছিল। ২০২৫ চনৰ ডিচেম্বৰ মাহত ভোপালৰ অধিবক্তা সমৰ্থ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।বিবাহৰ ঠিক পিছতেই তিশাক মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ চলোৱা বুলি পৰিয়ালৰ দাবী। তিশাৰ স্বামী আৰু শহুৰেকে তদন্তত প্ৰভাৱ পেলাবলৈ চেষ্টা চলাইছে বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে।

দেওবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে তিশাৰ পৰিয়ালে। দিল্লীৰ এইমছত নতুনকৈ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দাবী জনাইছে পৰিয়ালটোৱে। সত্য পোহৰলৈ নহালৈকে শেষকৃত্য নকৰোঁ বুলি কৈছে।

আৰক্ষীৰ তদন্তত কেইবাটাও গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে তিশাৰ পিতৃ নৱনিধি শৰ্মাই। তেওঁৰ দাবী, মৃত্যুৰ দুদিন পিছতে এফআইআৰ দাখিল কৰা হৈছে আৰু এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। পৰিয়ালটোৱে আৰু অভিযোগ কৰে যে তিশাৰ শৰীৰত আঘাতৰ চিন আছিল যদিও এই কাণ্ডক আত্মহত্যাৰ ৰূপত তুলি ধৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

পৰিয়ালৰ লোকে কয় যে তিশাই বিয়াৰ পিছত ভোপাল এৰি নয়ডালৈ উভতি যাব বিচাৰিছিল। মৃত্যুৰ কিছুদিন পূৰ্বেও তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ আছিল। তিশাৰ ভাতৃ হৰ্ষিত শৰ্মা ভাৰতীয় সেনাবাহিনীৰ মেজৰ। আৰক্ষীয়ে জনোৱা মতে, তিশাৰ স্বামী সমৰ্থ সিং আৰু মাতৃ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গিৰিবালা সিঙৰ বিৰুদ্ধে যৌতুক, নিৰ্যাতন আৰু প্ৰমাণ ধ্বংসৰ অভিযোগত এছ আই টি গঠন কৰা হৈছে। গিৰিবালা সিঙে আগতীয়া জামিন লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd