DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা; এজন নিহত, গুৰুতৰভাৱে আহত যুৱতী

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 10, 2019 4:14 pm
Road Accident illustration

প্ৰতিনিধিত্বমূলক ছবি

149
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ চামগুৰিত আজি বিয়লি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে এগৰাকী যুৱতীয়ে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হ’ব লগীয়া হয়।

প্ৰাপ্ত তথা মতে নগাওঁ কুঠৰীৰ পৰা চামগুৰিৰ কাৱৈমাৰি অভিমুখে আহি থকা এ এছ-০১ এইছ- ০৯২১ নম্বৰৰ এখন দ্ৰুতবেগি মাৰুতি ৮০০ গাড়ীয়ে বাজিয়াগাঁত এ এছ- ১২ য়ু- ৭৬৩১ নম্বৰৰ এখন বাইকত খুন্দিওৱাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

যাৰ ফলত বাইকখন চলাই অহা যুৱকজন থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ সৈতে বাইকত উঠি অহা যুৱতী গৰাকী গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজনক ৰূপহীহাটৰ পুঠিখাইটিৰ ব্যৱসায়ী ইমান হুছেইন বুলি চিনাক্ত হৈছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে আহত যুৱতী গৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।

বৰ্তমান আহত যুৱতী গৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd