• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 11, 2018 3:39 pm

1 min read

dac8500e-1543-4c90-96d3-a0d289a575c7

গুরুজনাৰ তিৰোভাৱ তিথিত নগাঁৱত নামঘৰসমূহত নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিছে। ফটো : নৰ্থইষ্ট নাও

353
VIEWS
Share on FacebookShare on Twitter

আধুনিক অসমৰ প্ৰাণ প্ৰতিষ্ঠাতা, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি। ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি। সেই উপলক্ষে সত্ৰ-নামঘৰত পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ মহা আয়োজন চলিছে।

সমান্তৰালভাৱে নগাঁও জিলাৰ বৰদোৱা-বেবেজীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন স্থানত গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰে। ইয়াৰ উপৰি আই-মাতৃসকলৰ উষা-কীৰ্তনেৰে বৰদোৱা থান মুখৰিত হৈ পৰে।

ঠিক সেইদৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলাই বেবেজীয়া পালনাম থানত দিনজোৰা কাৰ্যসূচীৰে শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰে। এই উপলক্ষে পালনাম থানত নাম-প্ৰসংগৰ লগতে বুঢ়া আতাসকলে মহা পালনাম কীৰ্তন কৰে।

আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ৰ নগাঁৱৰ মূল নামঘৰত আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে।

গুৰুজনাৰ মহাপ্ৰয়াণৰ দিনটোত আজি সমগ্ৰ নগাঁও জিলা মহাপুৰুষজনাৰ অমৰ সৃষ্টি নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰে। অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহপুৰুষগৰাকীৰ তিৰোভাৱ তিথিত সত্ৰ নামঘৰসমূহত গুৰুজনাক সুঁৱৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd