• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে ৩ মে’ৰ পিছতহে বিদেশত আৱদ্ধ ভাৰতীয় লোক সন্দৰ্ভত ল’ব সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2020 10:05 pm
প্ৰতিনি্ধিত্বমূলক চিত্ৰ

প্ৰতিনি্ধিত্বমূলক চিত্ৰ

25.2k
VIEWS
Share on FacebookShare on Twitter

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে বিশ্বৰ বিভিন্ন প্ৰান্তত। মহামাৰী কোভিদ-১৯ প্ৰতিৰোধৰ বাবে ভাৰতত ৩ মে’লৈকে লকডাউন বৃদ্ধি কৰা হৈছে।যাৰ বাবে বহু ভাৰতীয় লোক আৱদ্ধ হৈ আছে বিদেশত।

আৱদ্ধ এই লোকসকল ভাৰতলৈ ঘূৰি অহাৰ বাবে অপেক্ষা কৰি আছে যদিও কেন্দ্ৰীয় চৰকাৰে ৩ মে’ৰ পিছতহে এই সম্পৰ্কে সিদ্ধান্ত ল’ব বুলি এটা চৰকাৰী সূত্ৰই জানিব দিয়ে।

সূত্ৰটোৱে জানিব দিয়া মতে চৰকাৰে বিদেশত আৱদ্ধ হৈ থকা ছাত্ৰ, চাকৰি হেৰুওৱা লোক আৰু ফুৰিবলৈ যোৱা লোকসকলৰ তথ্য সংগ্ৰহ কৰি আছে। কিন্তু সিদ্ধান্ত লকডাউনৰ পিছতহে ল’ব।

জানিব পৰা মতে অষ্ট্ৰেলিয়া, বৃটেইন, কানাডা, ছিংগাপুৰ, ৰাছিয়া, জাৰ্মানী, আমেৰিকা, মালেয়ছিয়া, ফিলিপিন্সৰ দৰে দেশত হাজাৰ-হাজাৰ ছাত্ৰ আৱ্দ্ধ হৈ আছে। ক’ৰ’নাৰ বাবে য়ুকে আৰু কানাডাতো বহু লোক আৱদ্ধ হৈ আছে।

ইয়াৰ উপৰি উপসাগৰীয় দেশ সমূহত আৱদ্ধ হৈ থকা প্ৰায় ১০ লাখ ভাৰতীয় লোক স্বদেশলৈ উভতি আহিব বিচাৰিছে।

আনহাতে সূত্ৰটোৱে লাভ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত ৩৫ হাজাৰ লোকক তাৎক্ষণিক সহায়ৰ প্ৰয়োজন আছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চিন্তা-চৰ্চা তথা আলোচনা কৰি আছে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd