• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বোকাখাতৰ বংকোৱাল নামটেমেৰাত পহু উদ্ধাৰ; বন বিভাগক অৰ্পণ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 9, 2020 8:22 pm

1 min read

বোকাখাতৰ বংকোৱাল নামটেমেৰাত পহু উদ্ধাৰ; বন বিভাগক অৰ্পণ
1.6k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত বিচৰণ কৰি ফুৰা এজনী মাইকী পহুক আজি বিয়লি বোকাখাত মহকুমাৰ বংকোৱালৰ সমীপৰ নামটেমেৰা গাঁৱত স্থানীয় লোকে কৰায়ত্ত কৰে। পহুজনীক ব্ৰহ্মপুত্ৰ নদীৰ দিশৰ পৰা কোনো লোকে খেদি অনা প্ৰত্যক্ষ কৰি গাঁওখনৰ যুৱক গৌৰীশংকৰ বৰিয়ে কৰায়ত্ব কৰে।

পিছত যুৱকজনে বন বিভাগক অৱগত কৰাত বোকাখাত বন সংমণ্ডলৰ বনকৰ্মীয়ে পহু জনীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

পহুজনী সম্প্ৰতি সুস্থ অৱস্থাতে আছে বুলি জানিব পৰা গৈছে আৰু অচিৰে বনত মুকলি কৰি দিব পৰা যাব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

ইফালে কাজিৰঙাৰ পৰা ২৪ ফেব্ৰুৱাৰীতেই ওলাই যোৱা গঁড়টো আজি বিয়লি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ মহপৰা চাপৰিত আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত এটা মাহ এই গঁড়টোয়ে ব্ৰহ্মপুত্ৰৰ বিভিন্ন চাপৰিত বিচৰণ কৰি ফুৰিছে। গঁড়টোক কাজিৰঙালৈ ওভতাই আনিবৰ বাবে দিনে ৰাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd