• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 10:48 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণৰ পুনৰ পৰীক্ষা কৰিবলৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। লগতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২৫ চনৰ অক্টোবৰ মাহৰ প্ৰতিবেদনত থকা অস্পষ্টতাসমূহ পৰীক্ষা কৰি ২০২৬ চনৰ ৩১ আগষ্টৰ ভিতৰত এখন বিতং প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিক নিৰ্দেশ দিছে। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ সঞ্চালক প্ৰধান কাঞ্চন দেৱীয়ে এই উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষতা কৰিব।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ‘ল যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত গঠিত সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন কাৰ্যকৰী কৰাত স্থগিতাদেশ দিছে। সেই সময়ত ন্যায়ালয়ে কৈছিল যে আৰাৱলী পৰ্বতমালাৰ দৰে স্পৰ্শকাতৰ পৰিৱেশৰ ক্ষেত্ৰত এক স্বতন্ত্ৰ আৰু নিৰপেক্ষ বিশেষজ্ঞ গোটৰ দ্বাৰা নতুনকৈ বৈজ্ঞানিক আৰু পাৰিস্থিতিক মূল্যায়নৰ অতি প্ৰয়োজন আছে।

Apply Now

কাঞ্চন দেৱীৰ উপৰিও এই সমিতিত আন কেইবাজনো বিশেষজ্ঞক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ ভিতৰত ফৰেষ্ট চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ সুভাষ আশুতোষ, জিঅ’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক ড০ ৰাজেন্দ্ৰ কুমাৰ শৰ্মা, পৰিৱেশ মন্ত্ৰালয়ৰ প্ৰাক্তন যুটীয়া সচিব ব্ৰিজ মোহন সিং ৰাঠোৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন বিভাগীয় মুৰব্বী অধ্যাপক অশোক কে. ভটনাগৰ অন্যতম। ইয়াৰ উপৰিও বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হিউমেন চেটেলমেণ্টৰ অধ্যাপক জগদীশ কৃষ্ণস্বামী আৰু হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্মীকান্ত শৰ্মাক বিশেষ আমন্ত্ৰিত সদস্য হিচাপে ৰখা হৈছে। পৰিৱেশ মন্ত্ৰালয়ৰ সঞ্চালক পৰ্যায়ৰ এজন বিষয়াক সমিতিখনৰ সদস্য সচিব হিচাপে নিযুক্তি দিয়া হ’ব।

এই নতুন সমিতিখনক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে। দুখন পাহাৰৰ মাজৰ দূৰত্ব ৫০০ মিটাৰলৈ সীমিত কৰিলে সংৰক্ষিত অঞ্চলৰ পৰিসৰ হ্ৰাস পাব নেকি, সেই বিষয়ে সমিতিখনে পৰীক্ষা কৰিব। লগতে, এনে পদক্ষেপে খনন কাৰ্যৰ দৰে পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপ বৃদ্ধি কৰিব নেকি তাৰো মূল্যায়ন কৰা হ’ব। ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতাৰ পাহাৰবোৰ ৫০০ মিটাৰতকৈ অধিক দূৰত্বত থাকিলেও সেইবোৰে এক নিৰৱচ্ছিন্ন পৰিৱেশ গঢ়ি তোলে নে নাই, সেইটোও পৰীক্ষা কৰা হ’ব।

ইয়াৰ সমান্তৰালভাৱে, ১২,০৮১ খন পাহাৰৰ ভিতৰত মাত্ৰ ১,০৪৮ খন পাহাৰৰ উচ্চতাহে ১০০ মিটাৰতকৈ অধিক বুলি কৰা দাবীৰ সত্যতা সমিতিখনে নিৰূপণ কৰিব। শেষত, আৰাৱলী অঞ্চলৰ সংৰক্ষণৰ সৈতে জড়িত বৰ্তমানৰ নিয়মসমূহৰ সুৰুঙাসমূহ বিচাৰি উলিয়াই সমিতিখনে সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd