DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেললৈ শ্ৰেষ্ঠ বাগানীয়া চিকিৎসালয়ৰ সন্মান

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
December 11, 2018 4:55 pm
e-750x375
238
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেল সমগ্ৰ অসমৰ ভিতৰতে সৰ্বোৎকৃষ্ট চাহ বাগানীয়া চিকিৎসালয় হিচাপে পৰিগণিত হৈছে। এই চিকিৎসালয়খনক যোৱা ২৩ নৱেম্বৰত ইতিমধ্যে অসম চৰকাৰে সৰ্বোত্তম চাহ বাগান চিকিৎসালয়ৰ বঁটা প্ৰদান কৰিছিল।

গুডৰিক ইণ্ডিয়াৰ মালিকানাধীন দিজু চাহ বাগান অসম-অৰুণাচল সীমান্তৰ প্ৰাকৃতিক শোভাৰ মাজত ৰঙানদীৰ পাৰত অৱস্থিত। চাহ বাগানখনৰ জ্যেষ্ঠ সঞ্চালক জ্যোতিৰ্ময় কাকতীয়ে এই চাহ বাগানখনৰ কৰ্মচাৰী, শ্ৰমিক আৰু পৰিৱেশ উন্নীত কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে দীৰ্ঘ দিন ধৰি মনোযোগৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

দিজু চাহ বাগানত থকা চিকিৎসালয়খনত ৩০ খন বিচনা আছে। চিকিৎসালয়খন পৰিচালনা কৰে এগৰাকী চিকিৎসক, ২গৰাকী নাৰ্ছ, এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী লেবৰেটৰী টেকনিচিয়ান আৰু পেৰামেডিকেল ষ্টাফে।

চিকিৎসালয়খনে দিজু চাহ বাগান আৰু ইয়াৰ আশ-পাশৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত বাস কৰা ৬,০০০ লোকলৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে।

এসময়ত মেলেৰীয়াৰ প্ৰাদূৰ্ভাৱৰ বাবে কুখ্যাতি অৰ্জন কৰা এই চাহ বাগানখনত বিগত ৪ বছৰৰ পৰা মেলেৰীয়াৰ কোনো নথি লিপিবদ্ধ হোৱা নাই। এয়া সম্ভৱপৰ হৈছে বাগানখনৰ কৰ্তৃপক্ষৰ উদ্যোগত বাগানখনৰ শ্ৰমিক আৱাসিক এলেকাত নেৰানেপেৰাকৈ মেলেৰীয়া প্ৰতিৰোধী অভিযান চলাই থকাৰ বাবে এয়া সম্ভৱপৰ হৈছে।

বিগত ৩ বছৰ ধৰি বাগানখনত শিশু আৰু মাতৃৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। তাৰোপৰি, জিলা স্বাস্থ্য বিভাগৰ সহযোগত বাগান কৰ্তৃপক্ষই নিয়মিতভাৱে  স্বাস্থ্য, অনাময়, আৰু স্বাস্থ্য-সন্মত খাদ্যাভ্যাসৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰি অহা হৈছে।

এই কাৰ্যসূচীসমূহে ইতিবাচক ফলাফল দেখুৱাইছে, কাৰণ দিজু চাহ বাগানত বিগত কেইবছৰত কোনো মহামাৰীয়ে দেখা দিয়া নাই।

উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত শোণিতপুৰ জিলাৰ ৰঙাপৰা আয়োজিত শ্ৰমিক কল্যাণ দিৱসৰ দিনা   দিজু টী ইষ্টেট হস্পিটেলে সৰ্বোত্তম চাহ বাগান চিকিৎসালয় বঁটা লাভ কৰিছিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিছিল চাহ বাগানখনৰ সঞ্চালক জ্যোতিৰ্ময় কাকতীয়ে।

Recent News

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd